Pori Sonowal Swargari
#assamese vlog 2025-ধান কাটি শেষ হলগৈ আৰু দেই😀আজিকালি video দিবলৈ মন নোযোৱা হল😕
#assamese vlog 2025-ফুচুৱে মোৰ মোবাইলত vlog কৰিলে// মাতু খুৰী হতৰ পথাৰত ধান কাটিলোঁ
#assamese vlog 2025-আমু বেতাৰ অন্নপ্ৰাশন 😊লগতে ৰাতিলৈ gift 🎁 unboxing 🤭
#assamese vlog 2025-01/11/2025টুপুলো বেতাৰ প্ৰথমটো জন্মদিন 🥳কি কি আয়োজন কৰিলোঁ?
#assamese vlog 2025-চাইনিৰ জন্মদিন এনেকৈয়ে আয়োজন কৰা হল// মাইনু খুৰী আৰু মই townঅলৈ গলো||
#assamese vlog 2025আকৌ মাৰ ঘৰলৈ গলোঁ// পাপাৰ পেহীয়েক ঢুকাল😔টেকেলী কাটিলোঁ 😁
#assamese vlog 2025-দেৱালী আৰু কাতি বিহু এইবাৰ এনেকৈয়ে পালন কৰিলোঁ//এই বছৰৰ প্ৰথম ৰবাব টেঙা খালোঁ||
#assamese vlog 2025-মাৰ হঠাৎ গা বেয়া😔ঘৰত থকাকৈ গলোঁ||
#assamese vlog 2025-গুণৰ দেউতাকৰ দহা আজি🙏কনুৱে মোৰ মোবাইলত মনে মনে vlog কৰিলে😀
#assamese vlog 2025-আমাৰ অকণমানিজনীৰ সুদিৰ নিয়ম কৰা হল//বহুত দিনৰ পাছত বিয়া এখন খালোঁ😍
#assamese vlog 2025-হিমাক্ষী বাইদেউক মেডিকেলত চাবলৈ গলোঁ// লক্ষী পূজা special পায়স বনালোঁ||
#assamese vlog 2025-এই বছৰটো অকল বেয়া খবৰ পাই আছোঁ😔গুণৰ দেউতাক ঢুকাল 🥺
#assamese vlog 2025-বিশ্বকৰ্মা পূজা 🙏লগতে মোৰ জন্মদিনৰ video এতিয়াহে দিছো ||
#assamese vlog 2025-জন্মাস্তমী vlog// চানক বায়েকে krisna সজালে||
#assamese vlog 2025-দিনটোৰ ইটো সিটো😀শাহু মাই video কৰা গমকে নাপালে🤭
#assamese vlog 2025-হিমাক্ষী বাইদেউৰ জন্মদিন 🎂এইবাৰ নিজৰ মতে কাপোৰৰ dezine এটা কৰিছো😀
#assamese vlog 2025-ভণ্টি লগত তকল বেতা আমাৰ ঘৰলৈ আহিল😍মোমায়েকক লগ পাই চানৰ ইমান উৎপাত অ'
#assamese vlog 2025-দিনটোৰ ইটো সিটো//ধুনুৱে i phoneত 🤳হে photo মাৰে বোলে 🤭
#assamese vlog 2025-এযোৰ মৰমলগা কাপোৰ বনালোঁ🤗ধুনু আৰু মোৰ পথাৰত গৈ অৱস্থা বেয়া😕
#vlog 2025-মাইনু খুৰী আৰু ধুনুক লগত লৈ মাৰ ঘৰলৈ গলোঁ🤗 video দিয়া দেৰি হৈছে বাবে subscriber কমি গৈছে😔
#assamese vlog 2025-বহুত দিনৰ পাছত তিলে আহিলে🤗আলহীক নিজে বনাই খাবলৈ দিলোঁ||
#assamese vlog 2025-দিনটোৰ ইটো সিটো// ঘৰৰ কাম কৰি কেতিয়াও শেষ নহয়😕
#assamese vlog 2025-ভাদমহীয়া নামঘৰলৈ গলোঁ🙏আমাৰ পৰিয়ালৰ কাৰ ভাল খবৰ আছে?
#assamese vlog 2025-প্ৰথমবাৰ fabric printing কৰিলোঁ// ঘৰতে থাকি যদি উপাৰ্জন কৰিব পাৰো আৰুনো কি লাগে🤗
#assamese vlog 2025-বিয়া খাবলৈ গলোঁ// ডিব্ৰুগড়townঅত ইমান বোৰ মাছ 😲ক'ৰ পৰা আহিলে?
#assamese vlog 2025-ৰাখীবন্ধনৰ video আজিহে দিছোঁ// শ্যাম খংত উঠি গল😁
#assamese vlog 2025-হঠাৎ roingঅলৈ বুলি🥳roing stone hills resort -uff কি যে ধুনিয়া ঠাই🤗
#assamese vlog 2025-দিনটোৰ ইটো সিটো// ৫,৬দিনৰ video মিলাই এটা video দিছোঁ|…
#assamese vlog 2025-মাতু খুৰী ঘৰত ন ভূঁই ৰুৱা //ভূঁই ৰুৱাৰ মাজতে ৰেখা পেহীৰ ধেমালিবোৰ😁
#assamese vlg-নিজৰ উৰ্পাজনৰে সৰুকৈ হলেও কিবা এটা বস্তু ললোঁ🤗আকৌ চাৰিযোৰ কাপোৰ screen printing কৰিলোঁ