JD News

নমস্কাৰ,

বন্ধু-বান্ধৱীসকল- পোনপ্ৰথমে আপোনালৈ আন্তৰিক অভিনন্দন জ্ঞাপন কৰিছো, আমাৰ এই চেনেলটোত Visite কৰাৰ কাৰণে । আমাৰ এই চেনেলত প্ৰত্যেক দিনে সম্প্ৰচাৰিত হয় - দেশ-বিদেশৰ বহুতো আগতীয়া খৱৰৰ লগতে অসমৰ জনপ্ৰিয় ব্যক্তিসকলৰ জীৱন শৈলী, প্ৰেৰণাদায়ক বাণী ইত্যাদি !



আপোনালোক সকলোৱেই আমাক অকনমান আৰ্শীবাদ কৰিব, যাতে আমি ভৱিষ্যতে সফল হব পাৰো । (কাৰণ- আপোনালোকৰ আৰ্শীবাদৰ অবিহনে আমি কেতিয়াও শুদ্ধ পথত অগ্ৰসৰ হব নোৱাৰিম )




আমাৰ পৰিয়ালৰ সদস্য সকল ( SUBSCRIBER) :-

50 - 11.01.2025
100 - 12.01.2025
500 - 15.01.2025
1000 - 22.01.2025
5000 - 18.03.2025
10000 - 19.06.2025




For Business inquiry
<-------------------------------->
[email protected]





_THANKS FOR WATCHING_