Free Education with Ahmed sir

⛄[স্বাগতম জনাইছো আপোনালোকক]⛄

"Free Education with Ahmed sir"
বিষয়টোৰ ধাৰণা সৰল কৰি চৰকাৰী চাকৰিৰ বাবে প্ৰস্তুতি চলাই থকা ছাত্ৰ-ছাত্ৰীসকলক সহায় কৰাৰ এক পদক্ষেপ।

ইতো এটা শিক্ষামূলক channel হয়। আৰু ইয়াত অসমৰ সকলো ধৰণৰ commpetative exam ৰ class সমূহ সম্পুৰ্ণ বিনামূলীয়াকৈ পঢ়োৱা হয়। যদি আপোনাৰ লক্ষ্য এজন চৰকাৰী বিষয়া হোৱাৰ তেন্তে ইতো channel অকল আপোনাৰ কাৰণে হয়। আপুনি channel তো Subscribe কৰি লব পাৰে আৰু আমাৰ channel ৰ video বোৰ চাই নিজকে এজন চৰকাৰী বিষয়া হোৱাৰ কাৰণে গঢ়ি তুলিব পাৰে ধন্যবাদ.....
______________________________________________
আপোনালোকৰ মৰমৰ:
Mr. AHMED SIR
____________________________

For Business Enquiries:-
[email protected]




*___________*