Assamese Mix MasTi

নমস্কাৰ বন্ধ-বান্ধৱীসকল ।


স্বাগতম জনাইছোঁ সকলোকে আমাৰ Assamese Mix MasTi YouTube চেনেলটোলৈ ।

আমাৰ এই চেনেলত কিছুমান "ঐ খাপলা" ৰ বিপুল ৰাভাৰ Comedy Video ৰ লগতে Assamese Cover video আৰু নৱজিৎ ৰাভাৰ Video চাবলৈ পাব । আৰু ভিডিঅবোৰ চাব বিচাৰিলে আমাৰ চেনেলটো Subscribe কৰি থব । Video ভাল পালে Like, Shareআৰু কিবা ভুল হলে আমাক সুধোৰায় দিব ।
আমাৰ উদ্দেশ্য কেৱল মনোৰঞ্জন কৰা ।








****ধন্যবাদ****