Tripti Story Studio

বন্ধুসকল এই চেনেলটোত নিতৌ নতুন নতুন কাহিনী লৈ আহো। যিবিলাক কাহিনী কিছুমান কাল্পনিক আৰু কিছুমান সত্যৰ আধাৰত ৰচিত। কাহিনী সত্যই হওঁক বা কাল্পনিক, প্ৰতিটো কাহিনীৰ পৰা কিবা নহয় কিবা শিকিব পাৰিব। আমাৰ উদ্দেশ্য কাহিনীৰ জৰিয়তে সমাজত ঘটি থকা ঘটনা সমুহৰ পৰা জাগ্ৰত কৰা।

যদি আপুনিও কাহিনী শুনি বা পঢ়ি ভাল পাই তেন্ত চেনেলটো এতিয়াই Subscribe কৰক আৰু লগতে ঘন্টা বুটামটো 🔔 অন কৰি দিব ,তেতিয়া পৰৱৰ্তী ভিডিঅ'ৰ নটিফিকেচন আপোনালোকে লগে লগে পাব।

যদি আপোনালোকৰ কিবা প্ৰশ্ন থাকে তেন্ত মোক মেইল কৰি যোগাযোগ কৰিব [email protected]