Axomiya Gyansarsa

অসমৰ ভাষা-সাহিত্য-সংস্কৃতিৰ লগতে দেশ বিদেশৰ সমাজ, ৰাজনীতি, অৰ্থনীতিৰ বাৰ্তা দিয়াৰ সামান্য প্ৰয়াস কৰা হব Axomiya Gyansarsa চেনেলটোত। লগতে বিদ্যায়তনিক অনুশীলন ইয়াৰ জৰিয়তে কৰা হব। চাই ভাল পালে চেনেলটো subscribe কৰি দিব।

#Axomiya Gyansarsa
#অসমীয়া জ্ঞানচর্চা