ভাওনা প্ৰেমী



সংস্কৃতিৰ দ্বাৰা আনন্দ লৈ, সংস্কৃতিৰ দ্বাৰা সমন্বয় গঢ়ি, সংস্কৃতিৰ মাজত থাকি দু:খ, ভয় কৰো পৰিহাৰ ৷ সংস্কৃতিৰ লগত জড়িত হৈ শান্তি , ভক্তি , ত্যাগ , সেৱা ,উপাসনা আদি লাভ কৰো ৷
আমাৰ লক্ষ্য অসমীয়া ভাওনা সংস্কৃতি পুনৰ নৱপ্ৰজন্মৰ মাজত প্ৰচাৰ কৰা,
ভাওনাৰ সুন্দৰ সুন্দৰ ভিডিঅ' সমূহ উপভোগ কৰিবলৈ, আমাৰ চেনেলটি subscribe কৰি ৰাখিব আৰু কাষৰ বেলটি টিপি all কৰি ৰাখিব,