Upashana Bora
নমস্কাৰ,
আপোনালোক সকলোকে মই উপাসনাই এই চেনেলটোলৈ স্বাগতম জনায়ছো। ইয়াত মোৰ জীৱনৰ লগত সংগতি ৰাখি ধুনীয়া ধুনীয়া vlog, ৰেচিপি, চুলিৰ যতন আৰু এনেকুৱা ধৰণৰ বিভিন্ন ভিডিও পাব😊।
আশা কৰোঁ আপোনালোকে ভিডিও বোৰ চাই ভাল পাব ,আৰু সকলোলৈ এটাই অনুৰোধ যে মোৰ চেনেলটো subscribe কৰে যেন।
নতুন সদস্য আহিল আমাৰ পৰিয়াললৈ🥰/ new member ক আদৰিব ঘৰৰ সকলোৰে কিমান যে প্ৰস্তুতি🤗🤭
YouTube ৰ জৰিয়তেই আজি ইমান দূৰৰ আলহী আমাৰ ঘৰত🥰/সৰুৰে পৰা দেখি অহা গিৰিন্দ্ৰ ছাৰৰ farewell😁/মৰমবোৰ🥰
ভায়েকৰ প্ৰতি পৰীৰ মৰম বোৰ/কেৱল তাইৰহে ভায়েক/আঠখন বিদ্যালয়ৰ মাজত প্ৰতিযোগিতা🥰/এনেকুৱা পৰিৱেশ প্ৰথম
ইমনক পৰিয়ে ওমলাব পৰা হল🤗/ঘৰৰ কাম কিয় দেৰিকৈ আৰম্ভ কৰিব লগা হল/আঠখন বিদ্যালয়ৰ মাজত TLM মেলাৰ যোগাৰ
চাওঁতে চাওঁতে সকলোৰে মৰমৰ পৰী জনী দুটা বছৰ সম্পূৰ্ণ কৰিল🥰আশীৰ্বাদ কৰিব/
পৰীকনৰ জন্মদিনৰ বজাৰ কৰিলোগৈ🥰/আগতে কেনেকুৱা পৰিবেশত ডাঙৰ হৈছিলো আমি😍/ৰাস চাব গৈ গুচি আহিব লগা হল🤭
বেমাৰ বোৰে যেন লগেই নেৰিব/ বিয়াৰ খবৰ কৰিব গলো/দেউতাৰ অপাৰেশ্যন লগতে পৰী ক ডক্টৰ ওচৰত😔/বেমাৰ কেৱল
মোৰ বাবে আনিলে ধুনীয়া বোৱা কাপোৰ 🥰/ শিপিনীৰ হাতৰ যাদু😍/বেমাৰৰ কম্পিটিচন হে হৈছে😑/ইমান জ্বৰ পৰীৰ 😌
পৰীয়ে সকলো কথা বুজি পায়/উদয়ৰ দ্বায়িত্ব যেন তাই লৈছে মাকৰ প্ৰতি/ নামঘৰত দিন ভাওনা/ইমানযে কথা ওলাইছে
সম্পূৰ্ণ দুটা বছৰৰ পাছত ললো শিৰত সেন্দুৰ😊/উৎসৱ বোৰে আপোনজনক হেৰুৱাব দুখ আকৌ কেঁচা কৰে/ চাকৰি হল🥰
ওচৰৰ ককায়েক বায়েকহতৰ লগত পৰী কনৰ বিহু🥰/বিহু দিনাই আহিল আমাৰ শুভাকাংক্ষী/কণ কন ভকত সকল আজি আমাৰ ঘৰত
বহুত দিনৰ পাছত বিয়া এখন খালোগৈ🥰/হঠাতে পালো ভিডিঅ চোৱা ভন্তি এজনী/উদয়ে লোৱা iphoneটো পৰীয়ে বেয়া কৰিল😌
পৰীক ইমনৰ ওচৰত যাবলৈ লাগে,তাই কেৱল ভায়েকক বিচাৰে /ইমান দূৰ জীৱনত প্ৰথমবাৰ টম টমত গলোঁ বিয়া খাব 😄
পৰী গান গাব পৰা হৈছে🥰/ইমান কথা কৈ থাকে অ/তাইৰ লগতে প্ৰতিটো সময়/আজি কেৱল পৰীৰ লগত/কি কি দিও তাইক খাব
ইমনৰ শুধিকৰনত মা হতে আৰু মই কি দিলোঁ🥰/পৰীকনে আইতাকৰ লগত লক্ষ্মী পূজাৰ আয়োজন কৰিছে/বহুত ক্ষিনাইছে পৰী
হঠাতে আহিলো শিৱসাগৰ/ভায়েকলৈ কিমানযে হেঁপাহ/সম্পূৰ্ণ 2তা বছৰৰ পাছত শিৱসাগৰত ৰাতি ওলাই গৈছো/সকলো সলনি
অসমৰ হিয়াৰ আমঠু নোহোৱাকৈ ১০টা দিন/ স্বামীনোহোৱা পাছত পত্নী গৰাকীক লৈ কিয় অসুবিধা কিছুমান মানুহৰ🙄
ফটোবোৰ দেখি উশাহ নোপোৱাৰ দৰে লাগে/ ইমান ধুনীয়া উপহাৰ মোৰ মুখৰ মাত নোহোৱা হৈ গল/আবেগিক হৈ গলো
মোক কিমান ভাল পাই দেখাব পৰা হল কলিজাই🥰/দেওবাৰে কিয় গুচি আহিলো ঘৰ😑/brush কৰিছে অ বাইদেওয়ে😍 ডাঙৰে হল
যি জন মানুহ নহলে এটা দিনো ভাল নালাগিছিল, আজি সেইজন নোহোৱাকৈ দুটা বছৰ😔পৰীয়েও যেন কেতিয়াবা অনুভৱ কৰে😑
উদয়ৰ বছেৰেকীয়া পাইছে/ স্কুলৰ পাছত হোটেলত ব্যস্ত/আপোনালোকৰ ইমান মৰম ❤️ বহুত ধন্যবাদ🥰
আমাৰ মৰমকন গল গৈ/ ঘৰখনৰ সকলোৰে চকু সেমেকা😐/নামঘৰৰ সন্ধিয়া পৰিৱেশ/আপোনালোকৰ মৰমৰ বাবে বহুত ধন্যবাদ🥰
উদয়ৰ চিন হিচাপে ময়ুৰককি দিলোঁ/ইমান মৰম ভায়েকৰ প্ৰতি/সৰু কালৰ কথা শুনি হীৰকৰ expressionসকলো একেলগে🥰
ৰাতি 12তাতো পৰীক নামঘৰ যাব লাগে😐/পৰিকনৰ ভাই ময়ুৰ প্ৰথম বাৰ মামা ককা ঘৰত আহিছে🧿❤️/কিমান যে মৰম তাইৰ🥰
স্বাধীনতা দিৱসৰ সকলোকে শুভকামনা/ খঙত পৰীয়ে কি কৰে🤭/কেকৰ অৰ্ডাৰ পাই 3বছৰৰ পাছত আকৌ বনালো🥰 লাগিলে জনাব
আপোনালোকৰ বাবেই আজি এখন মঞ্চ পাইছো🥰/গুৱাহাটীলৈ বুলি,লগতে মাকও ডাক্তৰক দেখালো/সোণাৰীৰ আলহী আহিলে😍
পৰীকনৰ ডেৰ বছৰীয়া বেজী লৈ ইমান কান্দোন অ/বৰ বেছি বুকু বিষাই যায় এইবোৰ দেখি/মাক admit কৰিব লগা হল😔
চুলি কাটি দিলোঁ🤭/সপোনত উদয়ক লগ পাইছোঁ/কি যে জীৱন, দুবছৰে হব হল 😔/পৰিক কি খোৱালে শকত হব অ জনাবচোন
ভায়েকক কেৱল তাইহে লব😄🥰/বহু দিনৰ পাছত আমি দুজনী বজাৰলৈ😃/সকলো ডিগবৈলৈ বুলি/কিমান যে স্ফুৰ্তি পৰীৰ😄
নিশা মই দুয়োজনি আজি পাকঘৰত😊/বহুত দিনৰ পাছত আকৌ cake বনাব লৈছোঁ/মই সৰুতে কেনেকুৱা 🤣 বা আহিল বন্ধ বুলি