Prative Bhai
নমস্কাৰ দৰ্শকসকল 🙏
আপোনালোকক মোৰ চেনেল Prative Bhai লৈ স্বাগতম জনাইছো। মোৰ ঘৰ শিৱসাগৰত।
ইয়াত মই আপোনালোকৰ বাবে বিভিন্ন ধৰণৰ ফাৰ্মিং ভিডিঅ' আপোনালোকৰ সহায় হোৱাকৈ আপলোড কৰিম। আপোনালোকৰ অসুবিধা সমূহ কমেণ্ট কৰি জনাব, মই আপোনালোকক বিভিন্ন মাধ্যমৰ যোগেৰে সহায় কৰিবলৈ চেষ্টা কৰিম।
নিজৰ ভাই বুলি ভাবি Prative Bhai চেনেলটো আগুৱাই যাবলৈ Subscribe কৰিব।
শিৱসাগৰৰ আশে-পাশে যদি আপোনালোকক একেবাৰে কম খৰচত কণী ফুটুওৱা মেচিন (Incubator) লাগে মোৰ লগত যোগাযোগ কৰিব পাৰে। মূৰ্গী ,পাতী হাঁহ, কেম্বেল হাঁহৰ পোৱালী লাগিলে যোগাযোগ কৰিব পাৰে।
ধন্যবাদ, জয় আই অসম
ঘৰতেই কেঁচুসাৰ কেনেকৈ বনাব? | Easy Vermicompost at Home | Assamese Tutorial | Prative Bhai
খেতিত মাখি আৰু বৰলূৱা পোকে আক্ৰমণ কৰিলে কি কৰিব || সকলো A to Z || Prative Bhai
বিলাহী গছৰ পাত লেৰেলি যোৱা বেমাৰৰ দৰৱ || মোৰ গোটেই গছবোৰ ধ্বংস হৈ গ'ল কেনেকৈ? || Prative Bhai
নাৰ্জী ফুলৰ খেতি কৰি মাহে কিমান টকা উপাৰ্জন কৰিব পাৰি? || সকলো সবিশেষ A to Z || Prative Bhai
মোৰ জন্মদিনৰ Special Celebration || Prative Bhai
১০০০ টকাত Incubator ঘৰতে বনাওক || Making Incubator in Assamese || W1209 Circuit incubator
নতুন চকী কিনিলো 😍 একদম কম দামত || Unboxing Video || Da Urban Merlion Office Chair || Prative Bhai
দোকানে দোকানে ঘূৰি ফুৰা আইতাৰ কাহিনী || সৰু সৰু কাম ডাঙৰ ডাঙৰ সুখ || Prative Bhai
মৌ বাহত পলু লাগিলে কেনেদৰে ভাল কৰিব | WaxMoth Attack in Honey Chamber | মৌ পালন Video | Prative Bhai
হাঁহে খোজ কাঢ়িব নোৱাৰিলে || লেঙেৰাই খোজ দিলে || কি Medicine দিব সকলো তথ্য || Prative Bhai
ভোট জলকীয়া গছৰ পাত লেৰেলি যোৱা ৰোগ আৰু গুৰি পচি যোৱা ৰোগৰ দৰৱৰ সৱিশেষ | Bhut Jolokia Bemaror Dorob
ভোট জলকীয়াৰ পাত সৰু হৈ যোৱা আৰু পাত ছিৰিলি পৰা বেমাৰৰ দৰৱ | King Chilli Medicine| ভোট জলকীয়া বেমাৰ
৩ হাজাৰ টকাত মৌ মাখি কিনিলো || মৌ মাখি পালন || Bee farming in assam
ভোট জলকীয়া গছৰ 1G, 2G, 3G কাটিং কেনেকৈ কৰিব | Bhut Jolokia 3G Cutting | 3G cutting of king Chilli
জিকা, জাতিলাও আদিৰ গুটি কেনেকৈ দিব || সকলো জানো আহঁক || Prative Bhai
ভোট জলকীয়া খেতি || Assamese Video
মূৰ্গীৰ বাবে এক টকা খৰচ নকৰাকৈ দানা কেনেকৈ বনাব || সকলো জানক এই ভিডিঅ'টো চাই || Prative Bhai
ভোট জলকীয়া গছৰ কলম পদ্ধতি আৰু সাৰ দিয়া পদ্ধতি || ভোট জলকীয়া খেতি || King Chilli Cultivation
ৰাণী ভোট জলকীয়াৰ সবিশেষ জানো আহক | Bhut jolokia kheti in Asaam | Prative Bhai new Video
মূৰ্গীৰ আহিছে ডাঙৰ বেমাৰ | এতিয়াই হওঁক সাৱধান | নহ'লে হৈ যাব পাৰে আপোনাৰো ফাৰ্ম ধ্বংস
অসমত বছৰত ২ বাৰ লগা ছজিনা গছ হয়নে || সকলো প্ৰশ্নৰ উত্তৰ প্ৰমাণৰ সৈতে দিম আজি || Prative Bhai
বৌলক আজি দেখাম মোৰ বাঁৰীত কি কি আছে || Assamese Kissan Vlog || Bhut Jolokia || Prative Bhai
মুৰ্গীৰ Weight বঢ়াবলৈ মহা ঔষধ || Deshi Murgi Weight Gaining Tips || Assamese New Farming Video
এটা বেলেগ বুদ্ধি লগাই জিকা, তিয়হ আৰু কুন্দুলীৰ খেতি কৰিছো || কেনেকৈ কৰিছো চাওঁ আহক | Prative Bhai
মোৰ ভোট জলকীয়া খেতি চাওঁ আঁহক || খাতি অসমীয়াৰ খেতি || Prative Bhai
মতা অমিতা গছক কেনেকৈ মাইকীলৈ ৰূপান্তৰ কৰিব || How To Make Male Papaya Tree into Female 🌱
মূৰ্গী আৰু হাঁহৰ বাবে কম খৰচত দানা || কেজি মাত্ৰ ১০ টকা || Low cost feed for Local Murgi and duck
লোকেল মূৰ্গী টোপনি মৰা বেমাৰৰ দৰৱ | মূৰ্গী সেউজীয়া লেটিনৰ দৰৱ | Ranikhet Disease Medicine Assamese
ডাঙৰ মূৰ্গীক ৰাণীখেত ভেকচিন কেনেকৈ দিব | How to inject Chicken | Ranikhet Vaccine | Poultry Medicine
Ostovet আৰু Vimeral য়ে কি কি বেমাৰ ভাল কৰে || ইয়াক কেনেকৈ ব্যৱহাৰ কৰিব সকলো তথ্য || Farming Video