Assam Online Education

🙏 নমস্কাৰ 🙏

আপোনালোক সকলোকে স্বাগতম জনাইছোঁ আপোনালোকৰ মৰমৰ Youtube Channel Assam Online Education.
এই চেনেলটোত অসমৰ লগতে ভাৰতৰ বিভিন্ন প্ৰতিযোগিতা মূলক পৰীক্ষাত আহিব পৰাকে অসমৰ সাধাৰণ জ্ঞানৰ (Assam GK) প্ৰশ্ন উত্তৰ লাভ কৰাৰ ওপৰিও আন কি কি বিষয়ৰ ওপৰত ভিডিঅ দিয়া হয় তাৰ চমু আভাস :-
1. ভাৰতৰ সাধাৰণ জ্ঞান
2. পৃথিৱীৰ সাধাৰণ জ্ঞান
3. সাধাৰণ বিজ্ঞান
4. অসমীয়া ব্যায়াকৰণ
5. সাপ্তাহিক কাৰেন্ট এফিয়াৰ (Assam Weekly Current Affairs) প্ৰতি দেওবাৰে
6. মাহেকীয়া কাৰেন্ট এফিয়াৰ (Monthly Current Affairs)
প্ৰশ্ন উত্তৰ সম্পূৰ্ণ অসমীয়া ভাষাত আলোচনা কৰা হয় ।
আমাৰ Video খিনি ভাল পালে পৰৱৰ্তী video খিনি পাৱলৈ চেনেলটো Subscribe কৰিব লগতে ভিডিঅ বোৰ Like কৰিব । কিবা ভুল হ'লে গঠনমূলক পৰামৰ্শ আগবঢ়াৱ বুলি আশা ৰাখিছোঁ ।
আপোনালোকে ইমান মৰম আৰু আশীৰ্বাদ দিয়া বাবে অশেষ অশেষ ধন্যবাদ 🙏🙏

জয় আই অসম ❤

জয় হিন্দ ❤

E mail :- [email protected]