Darrang poultry farm
দৰং টাৰ্কি ফাৰ্ম (অসম)
ঠিকনা:- Darrang District
Koupati, Dalgaon,kharupetia (Assam)
Ph :- 6001727150
আজি 50 পিচ Guineafowl আৰু 5 পিচ Turkey পোৱালি নিজে গৈ দি আহিলো Boragaon আৰু Laharighat 🐣🐣
আজি 10 পিচ Turkey পোৱালি আৰু লগতে 10 পিচ Guineafowl ৰ পোৱালি Delivery দিলোঁ Hojai 🐣🐣
বৰ্তমান Turkey, Guineafowl, kadaknath আৰু Quail Bird ৰ পোৱালি Available আছে 🐣🐣|| Assam (Darrang)
আজি ৩০০ লোকেল কুকুৰা পোৱালি Cash On Delivery দিলোঁ Guwahati Jalukbari লৈ 🐣|| Darrang poultry farm
এতিয়াৰ পৰা আপোনালোকে Broding কৰা Local কুকুৰা পোৱালি আমাৰ ইয়াত পাই যাব 🐣🐣|| Darrang (Assam)
আজি 100 টা Local কুকুৰা পোৱালি আৰু 50 টা Quail Bird ৰ পোৱালি Delivery দিলোঁ Jagiroad আৰু Salmara লৈ
মই আপোনালোকক 0 পোৱালি কিয় দিব নিবিচাৰোঁ 🐣🐣|| Darrang poultry farm
বৰ্তমান 10 দিনীয়া Quail Bird আৰু Silkie ৰ পোৱালি Available আছে 🐣🐣|| Quail Farming in Assam
এতিয়া Local কুকুৰা ফাৰ্মৰ লগতে Quail Bird (বতা চৰাই)ৰ Farm কৰিবলৈ আৰম্ভ কৰক 🐣|| Quail farming Assam
আজি ৰাতিপুৱা Farm খনত সোমাই এটা সু-খবৰ পাই গলো 🥚🦃|| Turkey farming in Assam 🦃🦃
আজি Hojai, Khanapara, Hawley, Changsari এই কেইটা জেগাত পোৱালি Delivery দিলোঁ 🐣🐣
Turkey পোৱালিক Vaccination কেনেকৈ কৰিব video টো চাওক 💉🐣|| Turkey Farming Assam
900-1kg Sizor লোকেল কুকুৰা লাগিলে এতিয়াই যোগাযোগ কৰক 🐣🐣|| For sale :-8471906585
আজি 8 পিচ Turkey পোৱালি আৰু 30 পিচ লোকেল কুকুৰা পোৱালি Delivery দিলোঁ Tezpur আৰু Hojai (Doboka) লৈ 🐣
বৰ্তমান এইখিনি Turkey আৰু Local কুকুৰা বিক্ৰী কৰা হ'ব 🐔🐔|| Darrang poultry farm (Assam)
আজি 7 পিচ Turkey আৰু 7 পিচ Kadaknath ৰ পোৱালি Delivery দিলোঁ (Golaghat) Harmuti লৈ 🐣🐥
এতিয়াৰ পৰা আপোনালোকে Kadaknath ৰ পোৱালি ও ল'ব পাৰিব 🐣🐣|| Kadaknath chick's available 🐣
আজি Tetelia দাদা জনক 10 পিচ Turkey পোৱালি Delivery দিলোঁ 🐣🐣|| Darrang poultry farm (Assam)
আজি Tezpur 300 পিচ Quail Bird ৰ পোৱালি আৰু লগতে 4 পিচ Silkie পোৱালি Delivery দিলোঁ 🐣🐣
আজি Tezpur আৰু Doboka লৈ 40 পিচ Turkey পোৱালি আৰু 16 পিচ Guineafowl ৰ পোৱালি Delivery দিলোঁ 🐣🐣
আজি Tezpur, Guwahati, Bhawanipur আৰু Dhula এই কেইটা জেগাত Quail Bird ৰ পোৱালি Delivery দিলোঁ 🐣🐣
বৰ্তমান Quail Bird (বতা চৰাই) ৰ পোৱালি Available আছে 🐣🐣|| Darrang poultry farm (Assam)
বৰ্তমান 2 Month ৰ Guineafowl পোৱালি আৰু 1 Month ৰ Silkie পোৱালি Available আছে 🐣🐣
এই দাদা জন আজি Udalguri ৰ পৰা আহি 40 পিচ Quail Bird (বতা চৰাই) ৰ পোৱালি লৈ গ'ল 🐣🐣|| Darrang (Assam)
আজি 10 পিচ Guineafowl ৰ পোৱালি delivery দিলোঁ Sahil ভাইক 🐣🐣|| Darrang poultry farm (Assam)
এই দাদা জনক 10 পিচ Guineafowl ৰ পোৱালি Cash On delivery দিলোঁ Mangaldai 🐣🐣|| Darrang poultry farm
আজি Besimari এই দাদা জনক 10 পিচ Guineafowl ৰ পোৱালি Delivery দিলোঁ 🐣🐣|| Darrang poultry farm (Assam)
আজি 50 পিচ quail ৰ পোৱালি আৰু 10 পিচ Guineafowl পোৱালি Delivery দিলোঁ 🐣🐤|| Darrang poultry farm
বৰ্তমান 25 দিনীয়া Guineafowl ৰ পোৱালি Available আছে 🐣🐣|| Darrang poultry farm (Assam)
আজি Gohpur ৰ পৰা দাদা বাইদেউ সকল আহি Silkie, Turkey, Guineafowl ৰ পোৱালি কেইটা লৈ গ'ল 🐣🦃