অসমীয়া ভাওনা সংস্কৃতি

"অসমীয়া সাহিত্য সংস্কৃতিক সকলোৰে আগত চিনাকি কৰাই দিয়াই চেনেলটোৰ মূখ্য উদ্দেশ্য।

"আমাৰ লগত ফেচবুকতো যোগাযোগ কৰিব পাৰিব।

"যদি আপুনি নিজৰ অভিনয়ৰ ভিডিঅ'‌ আমাৰ জৰিয়তে প্ৰচাৰ কৰিব বিচাৰে যোগাযোগ কৰিব পাৰে।।"

"অসমীয়া সংস্কৃতিক বিশ্বদৰবাৰত প্ৰতিষ্ঠা কৰাৰ উদ্দেশ্যে লৈয়ে এই চেনেলটো খোলা হৈছে,কোনেও যাতে এই চেনেলটো ব্যক্তিগত লাভালাভৰ বাবে খোলা হৈছে ভাবি ভুল নকৰে।।"

"যদি আপুনি এজন অসমীয়া হিচাপে বা অসমীয়া সংস্কৃতিক ভাল পোৱা সাংস্কৃতিক প্ৰেমী হিচাপে আমাক উৎসাহিত কৰিব খোজে তেনেহ'লে চেনেলটো subscribe‌ কৰিব আৰু সকলোৰে লগত চেয়াৰ কৰি আমাৰ এই সংস্কৃতি প্ৰচাৰৰ ক্ষুদ্ৰ প্ৰয়াসটিৰ কথা জানিবলৈ সুবিধা কৰি দিব।। ধন্যবাদ।।"

"জয় অসমীয়া ভাওনা সংস্কৃতিৰ"
"জয় অসমীয়াৰ জাতীয় সংস্কৃতিৰ"
"জয় জয় জয়"
।। জয় আই অসম।।