VISION BE AND MAKE
🙏🙏🙏JOHAR INDIA 🇮🇳 ✊️✊️✊️
I'M SUREN TANTI VILLAGE BOY FARMER SON FROM NORTHEAST ASSAM.
WELCOME TO
" Vision Be and Make" হৈছে এটা আত্ম-সহায়তা, শিক্ষা, জীৱন-কৌশল আৰু অনুপ্ৰেৰণা-ভিত্তিক YOUTUBE CHENAL, যাৰ মূল লক্ষ্য হৈছে — অসমৰ লগতে ভাৰতৰ সকলো আদিবাসী যুৱসমাজক সজাগ, আত্মবিশ্বাসী আৰু আত্মনির্ভৰশীল কৰি তোলা।
এই প্লেটফৰ্মৰ জৰিয়তে আমি আদিবাসী সমাজৰ উন্নয়ন, গৰিমা আৰু সত্তাক আগবঢ়াই লৈ যাবলৈ চেষ্টা কৰিছোঁ।
মুখ্য উদ্দেশ্যসমূহঃ-
আদিবাসী যুৱক-যুৱতীৰ মাজত আত্মবিশ্বাস আৰু নেতৃত্বৰ গুণ গঢ়ি তোলা
শিক্ষা, কৰ্মসংস্থাপন আৰু জীৱন-কৌশল সম্পৰ্কে সঠিক দিশা প্ৰদান কৰা
আদিবাসী সমাজৰ ইতিহাস, নায়ক-নায়িকাৰ কাহিনী আৰু সংস্কৃতিৰ গৌৰৱ প্ৰকাশ কৰা
এক সংগঠিত, সজাগ আৰু শক্তিশালী আদিবাসী সমাজ গঢ়ি তোলা
এই চেনেল কেৱল এটি ভিডিঅ’ প্লেটফৰ্ম নহয়, ই হৈছে — "এটা দৃষ্টিভংগী, এটা পৰিবৰ্তনৰ যাত্ৰা।"
আপুনি যদি নিজৰ জীৱনত পৰিবৰ্তন অনাৰ বাবে প্ৰেৰণা বিচাৰি আছে, আৰু সমাজখনক আগবঢ়াই লৈ যাব বিচাৰে — তেন্তে ‘Vision Be And Make’ আপোনাৰ লগত সদায় আছে।
আমাৰ সৈতে সংযুক্ত হওক আৰু নিজকে অনুপ্ৰেৰণাৰ ৰূপত গঢ়ি তোলক।
THANK YOU
🔥 Guwahati Recognition 2025 – Success Ka Naya Chapter! Mr Partho Bhowmik Sir !
“Follow-Up Ka Secret Formula – 90% Prospects YES Bolenge!” !! Mr Liton Das !!
"Senior Leader: Team Ka Backbone Ya Inspiration?"
🔥 Smart Value New Update – Game Changer for All Members!
Smart Value Kya Hai? 🤯 Kya Yeh Sach Mein Aapki Life Badal Sakta Hai?
TEAM PB TOP ACHIEVER OF NORTHEAST ASSAM !! AT GUWAHATI RECOGNITION !!
"MLM Ka Udaan 🚀 | Zero Se Hero Tak Ka Safar | Smart Value Success Story"
1ST Scooty ACHIEVED Miss Payel !! জীবনের প্রথম Achievement
The Power House Of Team PB !! GUWAHATI RECOGNITION EVENT 2025-26 !!