NITISH TALUKDAR

My name is Nitish Talukdar. I make youtube videos releted to various topic. sone examples of topics are government announced new scheme, land related issues and current topic etc . so please watch my videos and subscribe my channel.

If you have any queries after watching my videos you can do comment .

Thank you .


"নমস্কাৰ। মোৰ নাম নীতিশ তালুকদাৰ। মই বিভিন্ন বিষয়ৰ ওপৰত youtube video বনাওঁ। মই ভিডিঅ' বনোৱা বিষয়সমূহ এনে ধৰণৰ - চৰকাৰে ঘোষণা কৰা নতুন আঁচনি, ভূমি সম্পৰ্কীয় বিষয় আৰু বৰ্তমান চলিত কিছুমান বিষয় ইত্যাদি। গতিকে আপোনালোকক মোৰ ভিডিও' সমূহ চাবলৈ অনুৰোধ জনালোঁ লগতে আশা ৰাখিলোঁ যাতে চেনেলটো subscribe কৰি দিব ।

মোৰ ভিডিঅ'বোৰ চোৱাৰ পিছত যদি আপোনালোকৰ কিবা প্ৰশ্ন সুধিবলগীয়া থাকে তেন্তে comment কৰিব ।

ধন্যবাদ।