সাহিত্য বাৰ্তা / Sahitya Barta

শিক্ষামূলক চেনেল - এই চেনেলত সকলো বিষয়বস্তু আৰু ভিডিঅ' শিক্ষাৰ সৈতে জড়িত আৰু স্ব- অভিজ্ঞতালব্ধ লেখাৰে সমৃদ্ধ ।

ইয়াত উপলব্ধ হ'ব - স্নাতক পৰ্যায়ৰ সাহিত্যৰ শ্ৰেণী , কবিতা, ৰসৰচনা , চিঠি আৰু স্ব- অভিজ্ঞতালব্ধ লেখা ।

অণিমা নেওগ
সহযোগী অধ্যাপিকা
অসমীয়া বিভাগ
যোৰহাট কলেজ (একত্ৰিত)


Anima Neog
Associate Professor
Department Of Assamese
Jorhat Collage (Amal.)

মোৰ ফেচবুক পেজৰ লিংক :
https://www.facebook.com/animaneog123/


সাহিত্য বাৰ্তা চেনেলৰ ই-মেইল আই ডি (E-mail ID) :
[email protected]