Jp mix vlogs
নমস্কাৰ বন্ধু বান্ধৱী সকল অসমীয়া ভাওনা সংস্কৃতি ৰ লগতে মনোৰঞ্জন ভিডিও, সমূহ মই যিমান প্ৰেৰণ কৰিবলৈ চেষ্টা কৰিম 🤗বহুতো আশা বুকুত বান্ধি আৰম্ভ কৰিছোঁ মোৰ YouTube channel টো সকলোৱে যেন ভুল বোৰ শুধৰাই সহায় চাপৰ্ট কৰি যোৱা 🙏🤗
ধন্যবাদ 🤗
ইন্দ্ৰৰ প্ৰৱেশ | Vauna video | ভাওনা সংস্কৃতি | Assamese culture Bhaona
দৈত্য মাতা দিতি আৰু কায়াধুৰ প্ৰবেশ | দাদু | দোহাৰ: সত্যম খনিকৰ | নৃসিংহ মুৰাৰী ভাওনা #ভাওনা
#mega #jhumur #guwahati #dancevideo #virelvideo #subscribe
সৰু বিহুৱতী অভিলাশা বৰা//#assamese #viral #bihu #dance #video #mix #jintu #vlog
অসমীয়া ভাওনা 😍দৈত্য ৰাজৰ এখন ভয়ানক প্ৰৱেশ ❣️
বৰফৰ দেশত ফুৰি আহিলোঁ 🤗🤗ভিডিও টু এবাৰ চাব
দেৱৰাজ ইন্দ্ৰৰ এখনি সুন্দৰ প্ৰৱেশ 😍ইন্দ্ৰ ৰূপত -বিতোপন বৰা ( বগা বিটো ) দোহাৰ - পাৰ্থ ভকটীয়া
জয় আৰু বিজয় এখন সুন্দৰ প্ৰৱেশ 😍দোহাৰ -পাৰ্থ ভকতিয়া ,
শ্ৰেষ্ঠ ইন্দ্ৰ , অভিনয়ে মুগ্ধ কৰা দেৱেন্দ্ৰ জন ,
বলোৰাম ,সাইত্যকি ,প্ৰদ্যুম্ন ৰ প্ৰৱেশ ,দোহাৰ -বিতোপন বৰা ও সংগীবিন্দ
কণমানি ছোৱালী জনীৰ বিহু নাচ ❤️ এবাৰ চাব চোন সকলোৱে ( কৃতিকা শইকীয়া )
অসমীয়া ভাওনা জগতৰ শ্ৰেষ্ঠ ভাওৰীয়া Bitupon dutta ৰ নাৰদৰ এটি বিশেষঃ ভিডিও ❤️ কিযে সুন্দৰ কণ্ঠ
ভাওনা আৰম্ভণি গীত 🙏🤗সুন্দৰ কণ্ঠ
অসমীয়া ভাওনা/ দেৱৰাজ ইন্দ্ৰৰ প্ৰৱেশ ❤️ অভিনয় - শশাংক বৰা 🙏
অসমীয়া ভাওনা / অসমীয়া ভাওনা জগতৰ শ্ৰেষ্ঠ ভাওৰীয়া বিতুপন বৰা ৰ অভিনয় , চৰিত্ৰ = দন্তবক্র👿🙏
অসমীয়া ভাওনা / শাল্ব ৰ প্ৰৱেশ 😮
দেৰগাঁওৰ বিশেষঃ আকৰ্ষণ ৫১ খন হাতৰ দুৰ্গা দেৱী মূৰ্তি 😯#durgapuja
New moto vlog , মেৰাপানী কাসমাৰী , Assamese no copyright song Hiyare lokhimi ,Assamese song
মোৰ প্ৰথম vlog 🤗Beautiful buddhist Temple চাই আচৰিত হ'ব|Assamese Vlog Ongkita - NOCOPYRIGHT