AMAR GAON
We the villagers of Assam (India) live far away from cities and the madding crowd. Our lifestyle is very simple in a small village amidst the verdant of nature. The lushly green plants, the exotic flora and fauna, echo of the chirping of birds that mesmerize us. Apart from these, our village is rich in culture and tradition, cuisine that make our mouth run with water, the exotic weaving, ancient fishing system and harvesting of crops etc. Through this channel we would like to introduce our lifestlye to the world. Hope you will like the contents and bear us with all our mistakes.
We hope to grow and flourish with your love and support. Without your kind efforts and wishes, it would be a herculean task for us to march ahead.

এডলীয়া কচু আৰু বাহু মাছৰ জুতি লগতে মাছৰ পিটিকা আৰু ঢেঁকীয়া লগত মাছৰ কণী। Villagestyle fish recipe

এই বিশেষ অনুষ্ঠানটো ড. ভূপেন হাজৰিকাদেৱৰ জন্ম শতবাৰ্ষিকী উপলক্ষে |

ড. ভূপেন হাজৰিকাদেৱৰ জন্ম শতবাৰ্ষিকী উপলক্ষে আজি বিশেষ অনুষ্ঠান ।

নগা মাহ আৰু মসুন্দৰি পাতৰ লগত গাহৰিৰ মাংস | This is the taste that will always be remembered ।

ঔ টেঙা ঢেঁকীয়া পুঠী মাছৰ জোল । কঁঠাল গুটি মাছৰ ভাজি ।

Mutton curry মাৰ লগত খাচী মাংস ৰন্ধিলো কুজী থেকেৰা চৰবত traditional Assamese refreshing summer drink

Summer recipe with Jackfruit seeds,fish and spine gourd .

পথাৰৰ জীয়া পুঠী-খলিহনা লগতে কুমলীয়া ঔ ...কলদিলৰ পিটিকা আৰু কি লাগিছে ভাতৰ লগত এই আহাৰ শাওন মহীয়া।।

আলহীৰ লগত হাঁহ মাংসৰে এসাঁজ। duck special with bamboo shoot,elephant apple |

গৰমত নেমু টেঙাৰ সৈতে কুকুৰা মাংস। Chicken pepper special .

চেৱা দিয়া ভাত । মাটি দাইল আৰু দিমৰু পাতৰ লগত গাহৰি মাংস , কচু ঠুৰি লগত গাহৰি মাংস আৰু বহুতো ।

মতৰ ঘোগনিৰ এটা তৃপ্তিদায়ক ৰেচিপে। Delicious ghugni recipe।

মচুৰ দাইলৰ এটি সুন্দৰ ৰেচিপি । Delicious dal recipe।

Kids special। মাইনাহঁতে ভাল পোৱাকৈ ক্রীমি ফুলকবিৰ আঞ্জা । Kids will be asking this for everyday।

সুস্বাদু জুতিৰে সকলোৱে মিলি এসাঁজ।

Happy harvesting with careful planting। হাঁহৰ কণীৰ লগত সোৱাদপূৰ্ণ আঞ্জা আৰু পকৰী লগত চাহৰ জুতি ।

CHICKEN with dry banana peels and beans । কুকুৰা মাংস পৰিয়ালৰ সকলোৱে একেলগে ।

ঘৰৰ সকলো মিলি হাঁহৰ মাংসৰে এসাঁজ । taste with duck meat ।

Our new HOME । আপোনালোকৰ সকলোৰে আশীৰ্বাদ বিচাৰি আমাৰ নতুন ঘৰৰ শুভ আৰম্ভণি ।

লাই আৰু কলা তিলৰ লগত গাহৰি মাংস। pork recipe with two different style ।

Pork with fig leaf and mustard green । lai chalad । লাই আৰু ডিমৌ পাতৰ লগত গাহৰি মাংস ।

মইনাহঁতৰ লগত তৃপ্তিৰে এসাঁজ । chichen recipe with roti ।

চিতল মাছৰ জোল, মৰিচা শাকৰ তৃপ্তি ভৰা ভাজি আৰু মাটি কান্দুৰি পাতৰ পিটিকাৰে আজিৰ ভাতসাঁজ ।

how to make pork with banana flower and jute leaves। গাহৰি মাংস সোৱাদৰ লগতে মিঠামৰা দাইল ।

মাটি দাইল তাৰকা, এই সোৱাদ অতি লোভনীয় । How to make tasty mati dal recipe ।

পনীৰৰ এটা অতি সোৱাদযুক্ত জুতিৰ লগতে আৰু আন বহুতো সোৱাদ । paneer, mix dal and alu dom recipe ।

গাহৰিৰ অমৰা পাতৰ লগত । মাদ্ৰাচি খুতৰাৰ লগত দাইল ।

পিয়াঁজ নহৰুবিহীন বিশেষ নিৰামিষ কাঁহী। Savoring every bite of this mouthwatering vegetarian delight।

কচু মাছৰ টেঙা জোল, কচু পিটিকা আৰু বহুতো। tasty and delicious fish curry with taro roots ।

Catfish recipe in Assamese traditional style । শিঙি আৰু মাগুৰ মাছৰ জোল।