DIGITAL ASOMIYA

নমস্কাৰ,
সমূহ অসমবাসী ৰাইজ তথা বন্ধুসকলক "Digital Asomiya" Youtube চেনেললৈ মই শ্ৰী বেদান্ত বৰাই স্বাগতম জনাইছোঁ। ডিজিটেল জগতখনৰ লগত খোজাত খোজ মিলাই যাবৰ বাবে ৰাইজলৈ আমাৰ ফালৰপৰা এই সৰু চেনেলটোৰ জৰিয়তে দৈনন্দিন জীৱনত ব্যৱহৃত ইন্টাৰনেটৰ বিষয়ে কিছু আভাস দিয়াৰ প্ৰয়াস কৰা হৈছে। আশাঁ কৰো আপোনাসৱ উপকৃত হ'ব আৰু আমাক আগুৱাই যোৱাত সহায়ৰ হাত আগবঢ়াব।
আমাৰ বিষয়সমূহ- সাধাৰনতে প্ৰয়োজন হোৱা ইন্টাৰনেট বিষয়ক,(basic about internet), ইন্টাৰনেট বেংকিং সম্বন্ধীয়, বীমা আৰু বৃত্তীয় সম্বন্ধীয়, শিক্ষাৰ্থীসকলৰ কেৰিয়াৰ আৰু অনলাইনত কেনেকৈ টকা উপাৰ্জন কৰিব, শ্বেয়াৰ-বজাৰ সম্বন্ধীয় বিষয়সমূহ।

দূৰভাষ- ৯৭০৭৯৩৯১৩৮
Email : [email protected]
বি:দ্ৰ: - আমি কোনো ধৰণৰ SEBI পঞ্জীকৃত ব্যক্তি নহয়। আমাৰ ভিডিঅ'সমূহৰ উদ্দেশ্য কেৱল শিক্ষামূলকহে। গতিকে আপুনি বৃত্তীয় ক্ষেত্ৰখনৰ যিকোনো বিনিয়োগ কৰাৰ সময়ত সম্পূৰ্ণ নিজা সিদ্ধান্তৰে আগবাঢ়িব।