DRISHTIKON দৃষ্টিকোণ
ইউ টিউব আৰু আমি
২০২০ চনত এখন নতুন পৃথিৱীত ভৰি দিছিলো আৰু সেয়া হৈছে ইউ টিউব। প্ৰথম দিনটোত হাতত আছিল এটা মোবাইল, ভিডিঅটোত নাছিল পোহৰৰ ব্যৱস্থা,মাইক নাছিল, নাছিল ভিডিঅ ৰেকৰ্ডিং কৰিবলৈ ষ্টেণ্ড। শ্ৰীমতীয়ে হাতেৰেই ধৰিছিল। মই লেপটপটো সন্মুখত লৈ কেমেৰা Face কৰি কথাবোৰ কৈছিলো।। ভিডিঅবোৰ stabilize কৰি Edit কৰিছিলো। লাহে লাহে Subscriber বাঢ়িবলৈ ধৰিলে। মাজতে কামৰ হেচাত ৫ মাহ এটাও ভিডিঅ দিয়া নাছিলো। মই এতিয়ালৈ ৰেকৰ্ডিং কৰা ভিডিঅ সমুহৰ বিষয়বস্তুবোৰ আছিল এনেধৰণৰ
১) কোভিড যোদ্ধাসকলক চিনাকি কৰি দিয়া
২) ফাৰ্মাচিষ্ট হিছাপে ঔষধৰ অপব্যৱহাৰ নকৰিবলৈ আহ্বান জনোৱা
৩) কেৰিয়াৰ বিষয়ক ভিডিঅ
৪) লকডাউনৰ পিছৰ সময়চোৱাৰ কথা আলোচনা
৫) নতুন প্ৰতিভাক চিনাকি কৰি দিয়া
৬) উপাৰ্জনৰ ৰাষ্টা দেখুৱাবলৈ কেঁচু সাৰ, গাহৰি পালন, অন্যান্য পশু পালনৰ বিষয়ে
৭)নাৰী সবলীকৰণৰ ভিডিঅ
৮) প্ৰতিষ্ঠিত ব্যক্তি বিশেষৰ লগত চিনাকি পৰ্ব
ইত্যাদি ইত্যাদি..
ভ্ৰাম্যমাণ থিয়েটাৰক তক্কৰ দিব পৰা জনপ্ৰিয় পুতলা থিয়েটাৰ।। ৰংঘৰ পুতলা থিয়েটাৰ।।Puppet theater
Xaliki pua cover।।Gane ki Aane।।drishtikon
বৃন্দাবনী বস্ত্ৰৰ সৈতে বৰপেটাৰ সম্পৰ্ক।। বৃন্দাবনী বস্ত্ৰত কৃষ্ণৰ লীলা কেনেধৰণে বৰ্ণনা কৰা হৈছে।।
অভিনেত্ৰী সুকন্যা ৰাজগুৰুৰ সৈতে বিশেষ সাক্ষাৎকাৰ।। Assamese Actress SUKANYA RAJGURU।।Tick tock Song
ৰাস্তাৰ কুকুৰৰ ওপৰত উচ্চতম ন্যায়ালয় কিয় ৰুষ্ট?।। সিহতৰ দোষ কি?।।DELHI NCR STREET DOG
বৃটিছে উদ্ধাৰ কৰা উৰিষ্যাৰ সূৰ্য মন্দিৰৰ ৰহস্য।। সূৰ্যৰ প্ৰথম কিৰণ পৰা মন্দিৰ।।PURI।।
ৰুদ্ৰৰ খলনায়ক ৰঞ্জিতে কি কলে ৰবি শৰ্মাৰ বিষয়ে।।ৰুদ্ৰ চিনেমাখনৰ কিছু নজনা কথা।।সৰভোগৰ অভিনেতা।।
তপা হোৱাটো ঠাট্টাৰ বিষয় নেকি।।দৃষ্টিকোণৰ বিশেষ আলাপ।। তপা হোৱাটো লাজৰ কথা নেকি?
পংকজ পাঠকে নহয় প্ৰতিজন অসমীয়াই কাণত ধৰিছে।।গণ উন্মাদনা ষড়যন্ত্ৰ আছিল নেকি?।।
চৰ্চা লাভ কৰা ৰবি শৰ্মাৰ নতুন অসমীয়া চিনেমা ৰুদ্ৰ।।দৃষ্টিকোণৰ আলাপ।।ৰবি শৰ্মা।।আদিল হুছেইন।।Rudra।।
ধপাত সেৱন নৱপ্ৰজন্মৰ বাবে ফেশ্বন নেকি।।চৰকাৰৰ কৰণীয় কি।।ধপাত বিৰোধী দিৱস
Menstrual Hygiene ৰ ওপৰত কিয় মুকলিকৈ কথা পাতিব লাগে।।মহিলাৰ মাহেকীয়া আজিও পুৰণি নিয়মৰ বান্ধোনত।।
সঘনাই গেষ্ট্ৰিক হোৱা বুলি ঔষধ খোৱাটো কিমান ক্ষতিকাৰক।।গেষ্ট্ৰিকৰ ঔষধ সেৱন কৰিলে কি কি বেমাৰ হব পাৰে
উচ্চ ৰক্তচাপক কিয় SILENT KILLER বুলি কোৱা হয়?।।ৰক্তচাপ বৃদ্ধি কিয় হয়।।নিমখে ৰক্তচাপ বঢ়ায় নেকি?
বিতৰ্ক কৰি সফল হব পাৰি।। সস্তীয়া প্ৰচাৰৰ বিৰুদ্ধে এক যুঁজ।। নিগেটিভ প্ৰচাৰে সমাজত কি প্ৰভাৱ পেলায়
নৱ প্ৰজন্মক বিপথে পৰিচালনা কৰা চান্দা বিহু।। ৰঙালী ৰঙ।। সংস্কৃতিৰ অপপ্ৰচাৰ।।
সিন্ধু জল চুক্তি।। পাকিস্তান মানেই সন্ত্ৰাসবাদ।। সন্ত্ৰাসবাদৰ বিৰুদ্ধে যুদ্ধ ঘোষণা।। Indus treaty
বহি:ৰাজ্যৰ গামোচা অসমৰ বাবে অভিশাপ।। পাৱাৰলুম নে শিপিনীৰ গামোচা।। গামোচাৰ ব্যৱসায়।।বহাগ বিহু
কুকুৰে কামুৰিলে কি কৰিব?।। জলাতংক ৰোগ হলে মৃত্যু নিশ্চিত।। ৰেবিজ ভেকচিন কেতিয়া লব লাগে?।।RABIES।।
বৰনগৰৰ মৌ পালকৰ মনৰ কথা।।বিনামূলীয়া প্ৰশিক্ষণৰ ব্যৱস্থা।।মৌ-মাখিৰ কিয় খং উঠে।।উপাৰ্জন কেনেদৰে হয়?
তিনি বন্ধুৰ সফলতাৰ বিপ্লৱ।।বৈজ্ঞানিক পদ্ধতিৰে কলৰ খেতি।।অসমীয়া খেতিয়কৰ মনৰ কথা।।
ষ্টক মাৰ্কেটত NPS ৰ কিমান টকা লোকচান হ'ল।। UPS ত জমা হোৱা ১০ শতাংশ ধনৰ কি হ'ব।। NPS।।UPS
মৰ্মিতাৰ মাৰ্কেটিং খুব ভাল।। গায়ক গায়িকাৰ মিশ্ৰিত প্ৰতিক্ৰিয়া।। অহংকাৰে পতনৰ কাৰণ হব গৈ আছে নেকি?
পাঠশালা অধিৱেশন কিয় ব্যতিক্ৰম আছিল?।। বিজ্ঞান মেলা এক বিশেষ সংযোজন।। বজালীৰ নতুন পৃষ্ঠা।।
কবিতাৰ সন্ধিয়া।। ভোগালী বিহু উদযাপনৰ বিশেষ সন্ধিয়া।। বাৰেগাওঁৰ লৰা ছোৱালী সৈতে কবিতাৰ সন্ধিয়া।।
মূৰ্চনাৰ সংগীতৰ শৰাই ।। বাৰেগাওঁ বিষ্ণু গোসাঁই ভোগালী বিহু উদযাপন।। Moorchana Das ।।
বৰলা কাইৰ হাফিজ ভাই।। বৰপেটাৰ নিতুল পাটোৱাৰী।। পোহৰ নাট বিদ্যালয়।। Drishtikon।।
পাটবাউসী সত্ৰ।। শ্ৰী শ্ৰী দামোদৰদেৱ।। সত্ৰৰ ইতিহাস আৰু নিত্য নৈমিত্তিক প্ৰসংগ।। বৰপেটা।। সত্ৰ নগৰী।।
বিয়ানামবোৰ হেৰাই যাব নেকি?।। অসমীয়া বিয়ানাম।। অসমীয়া সংস্কৃতি।। অসম আৰু অসমীয়া।।
বৰলা কাইৰ প্ৰেমলতা।।পল্লৱীৰ সৈতে দৃষ্টিকোণৰ এপলক।। বৰলা কাই।। ভ্ৰাম্যমাণ থিয়েটাৰ।। ধাৰাবাহিক।।