কিতাপ- আপোনাৰ শ্ৰেষ্ঠ বন্ধু..
"কিতাপ - আপোনাৰ শ্ৰেষ্ঠ বন্ধু" এই চেনেলটোত আপুনি পাব বিশ্বজুৰি জনপ্ৰিয় গ্ৰন্থসমূহৰ "Assamese audiobook summary" যেনে - self-help, motivational, আৰু success আদি.
আমাৰ উদ্দেশ্য— আপোনাক অনুপ্ৰেৰণা দিয়া, চিন্তাধাৰা সলনি কৰা, আৰু জীৱনত আগবাঢ়িবলৈ সহায় কৰা।
প্ৰতিটো অডিঅ’ত আমি জীৱন সলনি কৰা চিন্তাবিদ তথা লেখকসকলৰ সৰ্বশ্ৰেষ্ঠ গ্ৰন্থসমূহ সহজ ভাষাত বৰ্ণনা কৰিম।
শিকিবলৈ, পৰিকল্পনা কৰিবলৈ, আৰু নিজকে উন্নত কৰিবলৈ— এই চেনেলটো আপোনাৰ সংগী হব পাৰে।
🔔 গতিকে চেনেলটো Subscribe কৰক আৰু আত্ম-উন্নয়নৰ যাত্ৰা আজিৰ পৰাই আৰম্ভ কৰক! #Dreams #Motivation #SelfHelpBooks #SuccessJourney #PlotYourSteps #Inspiration #SelfGrowth #PersonalDevelopment #MotivationalAudiobook #GoalSetting #PositiveMindset #Audiobooks #AssameseAudiobookSummary
স্মাৰ্ট নহ'লেও বুদ্ধিমান কেনেকৈ হব পাৰি? /Assamese audiobook summary
সফলতাৰ গুপ্ত ৰহস্য - "The Magic of Thinking Big" by David J. Scwartz / Assamese audiobook summary
মন শান্ত ৰাখিবলৈ সৰ্বশ্ৰেষ্ঠ গ্ৰন্থ- "THE POWER OF NOW"
THINK AND GROW RICH/Assamese audiobook summary #Motivation #SelfHelpBooks #Inspiration
What If YOU Are the Answer?/Assamese audiobook summary/জীৱনত সফলতা পাবলৈ....
Assamese audio book summary: "The Lazy Billionaire": চিষ্টেম বনাওক আৰু টকা উপাৰ্জন কৰক
Assamese audio book summary: “Beyond Anxiety” — ভয় আৰু উৎকণ্ঠাৰ সীমাৰ বাহিৰে এক শান্ত জীৱনৰ পথ...
Assamese audio book summary:"Mindset–The New Psychology of Success" মানসিকতা সফলতাৰ নতুন মনোবিজ্ঞান
Assamese audio book summary: "The 7 Habits of Highly Effective People"...সফল মানুহৰ 7 টা অভ্যাস...
One Thousand Ways to Make $1000 অৰ্থাৎ 1000 dollar উপাৰ্জনৰ 1000 তা উপায়...
Assamese audio book summary: "Atomic Habits"...সৰু সৰু অভ্যাসেৰে জীৱনটো কেনেকৈ সফল কৰিব পাৰি...
ধন ব্যৱস্থাপনা বা Money Management কেনেকৈ কৰিব? @NJDofficials-w6s
ধন বা টকা কিয় সঞ্চয় কৰিব লাগে? @NJDofficials-w6s