abdul vlog's

নমস্কাৰ বন্ধু সকল!
এই চেনেলটোত আপুনিয়েই পাব —
📸 মোৰ দৈনন্দিন জীৱনৰ মজালগা ভ্লগ,
😂 হাঁহিবলৈ বাধ্য কৰা মজাদাৰ ভিডিঅ’,
🎉 বাস্তৱ জীৱনৰ কাহিনী আৰু বন্ধু-বান্ধৱৰ সৈতে ধেমালিৰ মুহূর্ত।

অসমীয়া ভাষাত Entertainment আৰু Real-life moments একেলগে আগবঢ়াওঁ — যেনেকৈ হয় তেনেকৈ দেখুৱাওঁ!
নতুন নতুন content আহি আছে প্ৰতিদিনে!
👉 Subscribe কৰি আমাৰ YouTube পৰিয়ালৰ অংশ হ’বলৈ আগবাঢ়ি আহক।

#vlog #funny #assamesevlog