Bina Borah
নেহেৰু খুড়া জন্ম দিন শিশু সকলৰ লগত পতা হয়
মহাৰজত জয়ন্তী উপলক্ষে পকা মিঠৈ বনোৱা হয় দিকচু এমভি স্কুলত ৭৫ বছৰ সম্পূৰ্ণ হ'ল
কেন্দ্ৰত শিশু সকলক হাত ধোৱা নিয়ম শিকোৱা হয়
আজি আগষ্ট মাহৰ 19তাৰিখ কেন্দ্ৰত জোখ মাখৰ ওপৰত ECCE DAY পতা হয়
কেন্দ্ৰত শিশু সকলৰ লগত কিছু মুক্ত কথোপকথন কৰা হয়
কেন্দ্ৰত শিশু সকলৰ লগত প্ৰাৰ্থনা কৰা সময়ত
কেন্দ্ৰত গৰমৰ কাৰণে শিশু উপস্হিতি কম
আজি কেন্দ্ৰত ECCE DAY আমাৰ পৰিয়ালৰ ওপৰত পতা হয় আৰু এটা ভংগিমাৰ গীত গোৱা হয়
কণ কণ শিশু সকলক বৰ্ণমালা ওপৰত এটা ভংগিমাৰ গীত গোৱা হয়
আজি কেন্দ্ৰত শিশু সকলৰ লগত নাম ঘোষা এটি প্ৰাৰ্থনা কৰিলো
আজি কেন্দ্ৰত শিশু সকলৰ মাজত ECCE Day পতা হয়
আজি শনিবাৰ বুলি কেন্দ্ৰত শিশু কম
দিকচু বিহু সন্মিলনত নাতিনী জনী
বিহু বুলি গাঁওৰ বোৱাৰী জীয়ৰী বিলাকে এপাক নাচিলো
ECCE Training কৰি মোৰ অংগনৱাড়ী কেন্দ্ৰটো কেনেকৈ সজাইছো চাওকচোন ভাল লাগিলে কমেণ্ট কৰিব
আজি আমাৰ সামাজিক বিকাশৰ ওপৰত এটা কাৰ্য কলাপ কৰা হয়
January 8, 2025
ECCE Training t বান্ধবী সকলৰ লগত প্ৰীতি ভোজ পিকনিক
1জানুৱাৰী বুলি পৰিয়ালৰ লগত অলপ সময় কটালো বৰ শিলত
December last day ECCE Training
কেন্দ্ৰত শিশু সকলক স্থল মটৰ বিকাশৰ বাবে বাহিৰত বল খেলোৱা হয়
অংগনৱাড়ী কেন্দ্ৰত অভিভাৱক আৰু কৰ্মী সভা