Kankan Pathak
আমাৰ মাইনা জনি অকনমান সাধু কব শিকিছে পাৰিলে ছাবচোন ।
অন্য পাঠকতকৈ অলপ বেলেগ তেওৰ নাগাৰা নাম আহক আমি উপভোগ কৰো ।
তামুলপুৰ ভকতপাৰ গাঁওৰ দিপ্তী পাঠক আৰু সংগী বৃন্দৰ দিহা নামৰ কিছু অংশ আহক আমি উপভোগ কৰো ।
নাগাৰা নাম গায সুনাম অৰ্জন কৰা তামুলপুৰৰ পাঠক বিৰেন দাস দেবৰ নামৰ কিছু অংশ ।
আহক আমি উপভোগ কৰো নামৰ পৰমপিতা শ্ৰূদ্ধাৰ ভড়ালী দেবৰ নামৰ কিছু অংশ ।
নব প্ৰজন্মৰ সুন্দৰ কণ্ঠৰ পাঠক পাৰ্থ প্ৰতীম দাসৰ গুৰু বন্দনাৰ কিছু অংশ ।
তামুলপুৰ গণেছ পুজাৰ পৰা নমিতা বাইদেওৰ নামৰ কিছু অংশ আহক আমি উপভোগ কৰো ।
অৰ্চনা ৰাভাৰ নামৰ কিছু অংশ আহক আমি উপভোগ কৰো ।
তামুলপুৰ উলুবাৰীত পৰিবেশন কৰা নামৰ কিছু অংশ আগবঢ়ালো নিপন দত্ত কলিতা দেৱৰ ।
আল্লিযা ৰাস মহোৎসৱৰ পৰা জুবিন গাৰ্গৰ অনুষ্ঠানৰ কিছু অংশ ।
তামুলপুৰৰ পৰা বৈজযন্তী বাইদেওৰ নাগাৰা নামৰ কিছু অংশ ।
তামুলপুৰ কছুবাৰীত নাগাৰা নাম পৰিবেশন উৰ্বশী ৰাজবংশীৰ আহক আমি উপভোগ কৰো ।
পংকজ তালুকদাৰ দেবৰ নামৰ কিছু অংশ ।
মহিলা পাঠক জিন্তী ডেকাৰ নামৰ কিছু অংশ ।তামুলপুৰ কালাকুছি বৰ নামঘৰ চুবুৰীৰ পৰা ।
তামুলপুৰ দুৰ্গা পুজাত দিলীপ হালৈ দেবে পৰিবেশন কৰা নামৰ কিছু অংশ ।
নাগাৰা নাম পৰিবেশন কৈলাছ ৰাজবংশীৰ তামুলপুৰ গনেছ পূজাৰ পৰা ।
তামুলপুৰৰ মিতালী শৰণীযাৰ নাম চাও আহক ।
পেচাত তেখেত শিক্ষক মহেশ বৈশ্য দেবে নাগাৰা নামৰ বিষযে কিছু কথা কৈছে ছাবচোন ।
পাৰ্থ প্ৰতীম তালুকদাৰৰ নামৰ কিছু অংশ ছাবচোন ।
নাম আৰম্ভনি আগ মূহুৰ্তৰ এতি অংশ আগবঢ়ালো পাঠক প্ৰনব মেধীৰ ।
কলিযা ভমোৰা দলংঙৰ কিছু দৃশ্ব উপভোগ কৰিবছোন ।
জিন্তি ডেকাৰ নামৰ কিছু অংশ আগবঢ়ালো ।
মোৰ ভাল লগা কিছু কথা ।
তামুলপুৰ দুৰ্গা পুজাত ৰাতুল দাস দেবে পৰিবেশন কৰা নামৰ কিছু অংশ আগবঢ়ালো ।
তামুলপুৰ দূৰ্গা পুজাত উৎপল হালৈ পৰিবেশন কৰা নামৰ কিছু অংশ আগবঢ়ালো ।
নৱপ্ৰজন্মৰ এগৰাকি সম্ভাৱনাপূৰ্ণ পাঠকৰ নাম উপভোগ কৰকচোন ।মিতালী বৰুৱা তামুলপুৰ ।
সুন্দৰ প্ৰাকৃতিক দৃশ্ব উপভোগ কৰক ।
তামুলপুৰত অনুষ্ঠিত খখো চেম্পিযন চিপৰ ভাৰত আৰু ইৰানৰ মাজত হোবা খেলখনৰ কিছু অংশ ছাবচোন ।
ৰাজিব ডেকাৰ নাগুৰুৰ নাগাৰা বাদন আৰু সুন্দৰ গুৰু বন্দনা উপভোগ কৰক ।
পাটোৱাৰী ছাৰৰ নামৰ কিছু অংশ আগবঢ়ালো ।