Mrs Kristi chutia
নমস্কাৰ বন্ধুসকল মই Kristi chutia ই আপোনালোক সকলোকে মোৰ you tube channel টোলৈ swagotom জনাইছো। মোৰ youtube channelৰ joijatrat আপোনালোকৰ সহাঁৰি পাম বুলি আশা ৰাখিলো🙏।
#vlogs
#Entertainment
#trevelling
Do subscribe😁
hy guys welcome to my you tube channel kristi chutia vlogs
I hope you like my videos and please do subscribe my you tube channel🙏
2 nd Day training ৰ অকণমান সময়// প্ৰচণ্ড মূৰৰ বিষ 😇
জয় জুবিন দা🙏🏻 আজি ন্যায়ৰ চাৰ্জ শ্বীট দাখিল কৰা হব।
ৰাষ্ট্ৰীয় সংগীতক সন্মান🙏🏻। আইতাক - নাতিয়েকৰ হাঁহিৰ আলাপ🥰 সদায় সদব্যৱহাৰ কৰিব//মোৰ বাৰীত কাম 🙂
কানুৰ নতুন টেবুল🥰 কি যে কৰিম😚
মাক - পুতেক outing 😃 বাৰান্দাখন অকণমাণ ভাল কৰিছোঁ// এইবাৰ শাকনি bari কম😚।
মায়ে অনা জিলাপী🤓 সাহস যে কৰিলে🥰👌🏻
দেউতাই দি থৈ যোৱা🙏🏻 কাপোৰযোৰ ❣️// কফি - পকৰি খোৱাত পাকৈত😃 চকলং বিয়া👌🏻🥰
আহোম সম্প্ৰদায়ৰ চকলং বিবাহৰ নিয়মৰ কিছু মূহুৰ্ত ❣️ আপোনালোকলৈ আগবঢ়ালোঁ//দৰা - কইনাক আশীৰ্বাদ কৰিব🙏🏻
ঘৰত থকা দিনকেইটা এনেকৈ গৈছে🥰// ভাত খোৱা হে হৈছে আৰু 😃// ধাননি🌾 পথাৰ ❣️
প্ৰথমবাৰ কানুৰ আমৈকৰ ঘৰলৈ বুলি🥰// ৰাতিলৈ মাহতক ভাত খোৱাৰ নিমন্ত্ৰণ❣️।
Finally ৰৈ ৰৈ বিনালে চাব পাৰিলোঁ❣️//দেউতাৰ চাইকেলখনৰ কাঠৰ পেদেলযুৰি 👍🏻
কানুৰ ফী ৰ ঘৰলৈ বুলি🥰//মাটিৰে নিৰ্মিত মূৰ্তি 🙏🏻//কানুৰ নেগেৰা বাজনা❣️👌🏻।
NAMKHARI 🙏🏻 সুন্দৰকৈ হৈ গল🥰 কানু এ ধুনিয়াকৈ নামৰ প্ৰসাদ, Payokh, জলপান খাব পৰা হল।
মাটিৰ কাম🙍🏻// Kanuye শুদ্ধি নামৰ সিদ্ধ খাব পৰা হল 🧿❤️।
ঘৰলৈ যাবলৈ ওলাইছো 🥰। মাক হস্পিটেল ত দেখুৱাব লগা হল।
মাক লৈ চিন্তাত পৰিছোঁ😔//বহুতদিনীয়া চকীখন🥰 ৰঙালাও ৰ দালি, পচলাৰ sobji👌🏻
Ekdom superb quality গহনা 👌🏻order(description )👇🏻
School 🏫 যায়, কিন্তু খেলাতহে ব্যস্ত🥰//দাইটি আহিলত বাৰীখন আকৌ ধুনীয়া হৈ পৰিল 😃।
Finally যাবলৈ ওলাইছো🥰//কানুয়ে টৰ্চলাইট পালে খুব ভাল পায়😃❣️
"মায়াবিনি ৰাতিৰ বুকুত" আজি আমাৰ পাকঘৰত শুনা পাব 🙏🏻// কিতাপখন🙏🏻👌🏻।
Dipawali ৰ 🪔 পোহৰে পৃথিৱীখন আৰু বেছি পুহৰাই tulok 🙏🏻🙏🏻🙏🏻// kanur কাৰণে এখন চকী anilu 😄 চাহ হে খায় 😋
মানুহৰ মৰম - চেনেহ, আদৰ - যত্ন, আচাৰ - ব্যৱহাৰেই ব্যক্তিৰ পৰিচয় 🙏🏻❣️// বহুত মানুহ হৈছিল।
কাতি বিহুৰ আয়োজন👌🏻❤️// মাক - পুতেক ulaisu পাচলি আনিবলে 😄 ।
Deutakor লগত যাবলৈ লাগে 😄// নিজেই parcel 📦 অনিলোগৈ 🤨 । Grocery items 👉🏻 Flipkart ত দিলো।
Kanur বাবে ঘৰুৱা ঔষধ 👍🏻// মোৰ RESULT কি হল 😢🫡
৫ বছৰৰ তলৰ শিশুসকলক পলিঅ খুৱাবলৈ চেষ্টা কৰক 🥱। যদিহে জৰ, কাহ, চৰদি নাথাকে 👍🏻।
মাক 🏥 হস্পিটেল আনিছো। Kanur খেলনাখন চাওকচোন ❤️💛🩵// X-ray report 🙏🏻🙏🏻🙏🏻।
হঠাতে কি যে হৈ গল। সোনকালে ন্যায় পাওঁক🙏🏻। বাগানৰ চিনেমা চালোঁ।
নিজৰ শিশুটিৰ প্ৰতি ধ্যান ৰাখক 🙏🏻//প্ৰতিটো vaccine 💉গুৰুত্বপূৰ্ণ। Videotur শেষত কি কলো?👆🏻
পূজাৰ বজাৰ বহিলেই😄 চাহ খায়, পিঠা খায়, ভূজিয়া খায় 🥰