Nabanita Dutta

নমস্কাৰ,
সকলোকে আমাৰ এই YouTube চেনেলটোলৈ স্বাগতম জনাইছোঁ।


আমাৰ এই চেনেলটোৰ জৰিয়তে অসমীয়া বিষয়ত যিসকল ছাত্ৰ-ছাত্ৰীয়ে NET/SET/JRF ৰ বাবে প্ৰস্তুতি চলায় আছে তেওঁলোকৰ বাবে উপকৃত হ'ব বুলি আশা ৰাখিলোঁ।

অসমীয়া ভাষা, সাহিত্য আৰু সংস্কৃতি আদিৰ লগতে নেট সম্পৰ্কীয় বিভিন্ন বিষয়সমূহ আগবঢ়াই নিবলৈ প্ৰয়াস কৰা হ'ব।লগতে অসমীয়া বিষয়ক গ্ৰন্থসমূহৰো আলোচনা দাঙি ধৰা হ'ব।

About me :
Im Nabanita Dutta..
Phd Research Scholar at Dibrugarh University


Master's in Assamese Language From DIBRUGARH UNIVERSITY (2020-2022)

BA in Assamese From Jagannath Barooah College (2017-2020)

UGC NET JRF in Assamese subject with 99.54 percentile ( April 2023)

Work Hard
Keep Patience
&
Believe in urself 😊


Thank You 😊😊