Axom 24×7

HELLO N WELCOME বন্ধুসকল...মই 'Bishal Dhar' আৰু আপুনি চাই আছে Assam 24×7"

Dear Friend, এইটো আপোনাৰেই চেনেল হয়..এই চেনেলত আপুনি সকলো ভিডিও অসমীয়াত চাবলৈ পাব। ইয়াত মই তথ্য share কৰো Daily Assamese News, Govt Scheme News, Educational Videos, Informative Videos, Online Earning Tips, App reviews আৰু OTHER STUFF ৰ বিষয়ে । আপোনাক বহুত বহুত স্বাগতম জনাইছো আপোনাৰেই চেনেল "Assam 24×7" লৈ আৰু মই এই চেনেলত সপ্তাহত 5 তাতকৈও অধিক ভিডিও আপোনালোকলৈ লৈ অহাৰ চেষ্টা কৰিম যত প্রতি সপ্তাহত এটা Sunday Comment Box আৰু এটা Motivational ভিডিও থাকিব। যদি আপুনি এতিয়াও 'Assam 24×7' ৰ মৰমৰ Family ত Join নাই কৰা তেন্তে এতিয়াই কৰি লোৱক। Take Care! কুশলে থাকক.. পৰৱৰ্তী ভিডিওত লগ পাম

ধন্যবাদ! Subscribe কৰি যাব দেই! Bishal Dhar From Assam (India)

For Businesses: Contact me on [email protected]