Dilip Gogoi

নমস্কাৰ, সকলোকে স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেলটো লৈ🙏 অসমৰ ইটো-সিটো লগতে মোৰ কৰ্মজীৱনৰ স্মৃতি বোৰ সাঁচি ৰখাৰ মাঠু প্ৰয়াস। গতিশীল সময়ত কেতিয়াবা সেই পুৰণা সময় খিনিলৈ ঘূৰি চাবলৈ, সময় লগতে লগোৱা বন্ধু বান্ধবি বোৰক চাব পৰাকৈ, আৰু ভাই-ভনী, বন্ধু-বান্ধবী, সকলোকে আশ্বাস, আৰু অনুপ্ৰেৰণা জগোৱাৰ লগতে নিজে জনা দুই এটা কথা আনক শিকাবলৈ প্ৰয়াস কৰা। লগতে বিভিন্ন চৰকাৰী, বেচৰকাৰী খবৰ বোৰ আপোনা লোকক দিবলৈ চেষ্টা কৰিম।
কিবা ভুল হ'লে শুধৰাই দিব 🙏 আৰু মোৰ এই যাত্ৰাত আপোনাৰ ও সহায় হাত আগবঢ়াব বুলি আশা কৰিলোঁ 🙏🙏🙏
শেষত এটাই অনুৰুধ চেনেলটো চাবছক্ৰাইব কৰি লগৰ বন্ধু-বান্ধবি লৈ প্ৰেৰণ কৰিব,🙏🙏🙏 ধন্যবাদ।
জয় আই অসম