SG Rangpur

নমস্কাৰ,
SG Rangpur চেনেললৈ আপোনাক স্বাগতম জনাইছোঁ । এই চেনেলত farming & Technical Etc.ৰ সন্দৰ্ভত কিছু কথা video আকাৰত উপস্থাপন কৰাৰ প্ৰয়াস কৰিছোঁ ।
গতিকে মোৰ এই চেনেলটো subscribe কৰি সহযোগিতা আগবঢ়াই যেন ।
ধন্যবাদ
শৰৎ গগৈ
Assam/INDIA
মই প্ৰথম video upload কৰিছোঁ 26 জানুৱাৰী 2019 ত