কথা আৰু আবৃত্তি

পেশাত অৰূপ কুমাৰ বৰঠাকুৰ টীয়ক, চি.কে.বি. কলেজৰ ইতিহাস বিভাগৰ অৱসৰপ্ৰাপ্ত সহযোগী তথা মুৰব্বী অধ্যাপক আৰু নিচাত সাহিত্যৰ নীৰৱ সাধক আৰু কথা- ৰসিক। নাটক আৰু কবিতা ৰচনাৰ লগতে আবৃত্তিকাৰ হিচাপেও পৰিচিত। "কথা আৰু আবৃত্তি" তেখেতক শ্ৰোতাৰ কাষলৈ লৈ যোৱাৰ এক প্ৰয়াস।