D.K. Technical Farming
ঘণ্টাত 7 কুইণ্টল ধানৰ মৰণা মাৰিব পৰা মিনি মেচিন এটা আজি লবৰ বাবে আহিলোঁ, আপোনালোকেও লব পাৰিব ✅️❤️❤️
খৰালি কালত কি কি চবজি লগাই ২৫ দিনতে হাজাৰ হাজাৰ টকা লব পাৰিব. ✅❤️❤️
কবি বা বেঙেনাৰ পুলি ৰোৱাৰ পাছত মাজ অংশ শুকাই ভাগি গলে কি ঔষধ মাৰিলে ১০০% ই সুফল পাব।✅️🙏🙏
১ ঘন্টাত প্ৰায় ৬ কুইণ্টল ধান কুটাব পৰা এটা ৰাইচ মিল আপোনালোকে কম খৰছত ঘৰতে বহাই লব পাৰিব?9678708890
আজি ভোট জলকীয়া ৰুবলৈ মালছিং পেপাৰ পাৰিলো আৰু কিমান মাইক্ৰণৰ মালছিং পেপাৰ প্ৰয়োগ কৰিলে কৃষক উপকৃত হব।
জৈৱিক কি হাৰ মাৰিলে আপোনালোকে ভোট জলকীয়া অধিক উৎপাদনৰ লগতে বেমাৰৰ পৰা হাত সাৰিব পাৰিব✅❤️❤️🌶️🌶️💯💯
কৃষকৰ সুবিধাৰ্থে যিকোনো সামগ্ৰী কঢ়িয়াব পৰাকৈ অসমৰ বজাৰত ঊপলব্ধ হল ট্ৰেইলাৰ ফিতিং মিনি পাৱাৰ টিলাৰ।
পুৰণি পদ্ধতিত গোবৰ ৰাখি কিদৰে কৰিব জৈৱিক খেতি... ✅🙏🙏❤️❤️❤️.
4 বছৰ Warranty ৰ সৈতে কৃষক সকললৈ Mahindra company য়ে launch কৰিছে 4 খনকৈ নতুন🙏🙏 Tractor
ভোট জলকীয়া পুলি (বেদৰ পৰা তুলি) পি পি কৰাৰ সময়ত কি কি মেডিচিন মাৰি পৰিত্ৰাণ পাব পাৰি।✅🙏🙏
কাতি বিহু লগতে zubeen দাৰ আত্মাৰ শান্তিৰ বাবে আজি পথাৰত ছাকি এগছ লগালো🙏🙏
আপেলবগৰী কলি সৰাৰ সময়ত কি কি সাৱধানতা অৱলম্বন কৰিব লাগে...
জুবিনদাৰ সমাধিস্থলীলৈ আহোঁতে দাদাৰ পুৰণি স্মৃতি জড়িত সেই স্থানত সোমাই পৰিৱেশ চাফা ৰখাৰ অলপ চেষ্টা..🙏
পটল খেতি কৰিব বাবে কৃষক সকলে ক্ৰয় কৰিব পাৰিব??🙏🙏🙏
এগৰাকী মহিলাই এটা সৰু সংস্থাপনৰ পৰা ঘৰতে ১.৫ ৰ পৰা ২ লাখ টকা উপাৰ্জন কৰি আছে 🙏🙏💯
দুৰ্গা পূজাৰ উপলক্ষে ঢকুৱাখনাত Balwaan- এ দি আছে মিনি tractor-ত বাম্পাৰ অফাৰ🙏💯💯
3 ফুট উচ্চতাত লগা চুমংগলা তামোলৰ পুলি কম মূল্যতে লব পাৰিব🙏💯💯
বিশ্বকৰ্মা পূজাৰ আগ মুহূৰ্তত ঘৰৰ সামগ্ৰী কেইটা ধুবলৈ কম দামত এটা ছাৰভিচিং মতৰ ললো💯💯🙏🙏
কৃষক সকলে কম দামতBolobanor সামগ্ৰী লওক আৰু লাকি কুপন জিকি DUBAI ফুৰিবলৈ যাওঁক।❤️❤️
বিলাতী বগৰী গছত কি মেডিচিন মাৰিলে আপুনি অত্যাধিক উৎপাদন লাভ কৰিব পাৰিব ।💯💯💯🙏🙏
5500 টকাতে বজাৰত পোৱা যাব গাড়ী ধোৱা মটৰ (car wash motor)
১০০% গেৰাণ্টি থকা ১২ মাহ লগাৰ আমৰ পুলি, যদি নালাগে মাতি নি কোবাব মোক চেন্দেল খুলি । 🌴🌴🌴🌴
উন্নত মানৰ পটলৰ পুলিৰ বাবে কৃষক সকলে যোগাযোগ কৰিব পাৰিব💯💯🙏🙏
৫৫০ টকা দামত অনা ১২ মহীয়া আমৰ পুলি এতিয়া লাগিবলৈ আৰম্ভ কৰিছে
অতি কম খৰছত 300 টকাতে তিনিচুকীয়াত tatoo remove কৰিব পাৰিব???
0% সুতত ফাইনেন্স কৰি মিনি পাৱাৰ টিলাৰ কিদৰে লব পাৰি 💯💯
বৈজ্ঞানিক পদ্ধতিৰে পতল খেতি কৰি এজন কৃষকে কিদৰে বছেৰেকত 2 ৰ পৰা 3 লাখ টকা উপাৰ্জন কৰিব পাৰে
বাৰিষা কালত কৃষক সকলে কৰিব পৰা উন্নত মানৰ দাংবদিৰ খেতি ??
খৰাং বতৰত কৃষক সকলক হকাহ দিবৰ বাবে বজাৰত মুকলি হল 10,500 টকাত পানী হিচা বলবান কোম্পানীৰ honda machin
প্ৰথম বাৰৰ বাবে তিনিচুকীয়াৰ চাহ বাগানত অৰগেনিক বন মৰা দৰবৰ ব্যৱহাৰ আৰম্ভ কৰিছে ,🙏🙏