AUTO GEAR PATHSALA
Hi I am Bubul Talukdar from Pathsala I try to give you all the information Used car & Car Accessories related to Automobile.
For sale Swift zxi 2020 first owner non Accidental running 73000 call 8638246388
For sale i20 sportz 2019 call for more information 8638246388
For sale baleno delta2020 running 23000 &1st owner non Accidental call 8638246388
For sale Brezza vxi 2021 first owner non Accidental
একেবাৰে কম runnig হোৱা ভাল কণ্ডিচনৰ wagonr vxi লাগিলে আমাৰ লগত যোগাযোগ কৰক।
Sold Out Grand i10 (O) 2017 Dec
Sold Out Baleno Delta 2017 Dec
Sold out Alto vxi plus 2021
Only 19000 kilometre running Tata Punch Accomplished with one year engine warranty.call 8638246388
একেবাৰে ভাল কণ্ডিচনত থকা বলেনো গাড়ীখন লাগিলে যোগাযোগ কৰক।
Sold out alto 800 lxi 2017
একেবাৰে ভাল আৰু কম দামত sunroof থকা গাড়ী।
একেবাৰে নতুন কণ্ডিচনত থকা গাড়ীখন আজি বিক্ৰী কৰিলোঁ ।এনেকুৱা ভাল গাড়ী লাগিলে আমাৰ লগত যোগাযোগ কৰিব।
আপুনি যদি এখন ভাল কণ্ডিচনৰ Bolero গাড়ী বিচাৰি আছে তেনেহলে সোনকালে যোগাযোগ কৰক Auto Gear পাঠশালা ।
একেবাৰে কম runnig হোৱা গাড়ী।
Val condition t thoka 2nd hand gari jodi bisari aase aamar logot jogajog korok.
অনেকুৱা ভাল গাড়ী ললে আপোনাৰ নতুন গাড়ী লোৱাৰ কোনো প্ৰয়োজন নহব।
এনেকুৱা ভাল ভাল গাড়ী লাগিলে আমাৰ লগত যোগাযোগ কৰিব।7638054499 (পাঠশালা)
আজি তিনিখন গাড়ী delivery কৰিলোঁ আৰু দিম্পু বৰুৱাই কি গাড়ী ললে চাওঁক।
বহুত বেছি ভাল কন্দিছনত থকা swift vxi গাড়ী খন আপুনি লব বিছাৰিলে যোগাযোগ কৰক 7577846102
একেবাৰে ভাল কন্দিছনত থকা বলেৰো গাড়ীখন আজি বিক্ৰী কৰা হল।
এইখন গাড়ী ললে আপুনি নতুন গাড়ী লোৱাযেন পাব Dzire vxi call 7638054499
বহুত ভাল condition ৰ Alto vxi+ Top model নতুন গাড়ী লোৱা যেন পাব।
পূজাৰ বতৰত যদি আপুনি এখন ভাল Bolero লব বিচাৰি আছে তেনেহলে পলম নকৰি সোনকালে যোগাযোগ কৰক।
এইখন গাড়ী একেবাৰে কমদামত পাব কন্দিচন বহুত বেছি ভাল সোনকালে যোগাযোগ কৰক।
ভাল কন্দিচনৰ Alto 800 lxi যদি আপুনি বিচাৰি আছে এইখন লব পাৰে।
আপোনাৰ ভাল লগা এখন গাড়ী আমাৰ পৰা লব পাৰিব কোনো সন্দেহ নোহোৱাকৈ।
বহুত ভাল কন্দিচনত থকা গাড়ী লাগিলে সোনকালে যোগাযোগ কৰক ।
ভাল swift যদি আপুনি লব বিচাৰি আছে তেনেহলে আমাৰ লগত যোগাযোগ কৰক।