ৰমেন চুতীয়া বায়ন
100k
ৰাম ৰঘুমনি নাট্য গোষ্ঠীলৈ আপোনাসবক স্বাগতম।
ঘটোৎকছৰ এটি সুন্দৰ দৃশ্য 💥💥
গোপী নাচ গীতৰ অভিনয় । ঢকুৱাখনা জিলা শাখা স্হান ____হোজাই লংকা 🙏🙏🙏🙏❤️❤️❤️❤️💥💥💥
অন্ধ,অন্ধা,সিন্ধু মুনি সুন্দৰ অভিনয়এবাৰ চাবচোন ,❤️❤️❤️❤️❤️❤️❤️
কৰতল কমল ভাওনা আৰম্ভণি গীত দোহাৰত ৰমেন চুতীয়া আৰু সঙ্গীবৃন্দ। ৰঘুমনি চুতীয়া,বিতুপন নাথ, ৰাহুল নাথ
সম্বৰাসুৰ আৰু অম্বৰাসুৰ এখন ভয়ঙ্কর প্ৰৱেশ 😈😈 সম্বৰাসুৰ_মৌচুম গগৈ । অম্বৰাসুৰ_পলাশ হাজৰিকা
ঢকুৱাখনা সোনাৰি চাপৰিত ভাওনা প্ৰদৰ্শনৰ কিছো মূহুর্ত সেৱকী_মৃদুল চুতীয়া আৰু তেখেতৰ পৰিয়ালবৰ্গ
ভগৱান বিষ্ণু এখন সুন্দৰ প্ৰৱেশ __________________দোহাৰত ৰমেন চুতীয়া আৰু সঙ্গীবৃন্দ
ৰুক্মিণী প্ৰৱেশ ❤️❤️❤️
#এভাগ_নতুন_মুখা চাব চুন কিমান ধুনীয়া কৈ পৰিৱেশন কৰিছে ❤❤❤❤❤❤❤❤❤❤❤❤❤❤
নমো শংকৰদেৱ 🙏🙏❤️❤️
[। বৰ ধেমালি ]
বৰ ধেমালিৰ সঁচাৰ নং ৫ পৰা ৭ লৈ আগবহালোঁ 🙏🙏🙏
গায়ন বায়নৰ বৰ ধেমালিৰ
কৃষ্ণ নৃত্য প্ৰদৰ্শন
ন ধেমালি
গায়ন বায়নৰ বৰ ধেমালি [ ক অংশ ]
গায়ন বায়ণৰ প্ৰথম খণ্ড [ জোৰণি আৰু ফলিচাহিনি
#নাট_ৰাগত_গোসাঁইৰ_প্ৰৱেশ
#ইন্দাণী_শচী_এখন_সুন্দৰ_প্ৰৱেশ ।।
আৰম্ভণি গীত #ৰাম_ৰঘুমনি_নাট্য_গোষ্ঠী দোহাৰত_ৰমেন ৰাহুল বিতুপন ৰঘুমনি দিবজ্যোতি ধৰ্মানন্দ শিৰণ্য
ৰাজা দশৰথ আৰু মন্ত্রী এটি সুন্দৰ দৃশ্য।।।।তুলুমনি বৰা আৰু দুদু খনিকৰ
দেৱগনৰ এখন সুন্দৰ প্ৰৱেশ।।। দুলুমনি শৰ্মা আৰু উৎপল চুতীয়া
#ৰাজদিপ চুতীয়া #নাৰদৰ কণ্ঠ এবাৰ সোনক ৰাইজ
গুৰুজনাৰ অপূৰ্ব সৃষ্টি ,গায়ন বায়ন ,অলপ চেষ্টা কৰি চালো ভুল হলে সুধৰাই লব ❤❤🙏🙏
গৰুড় নন্দন জটায়ুৰ এখন সুন্দৰ প্রৱেশ ৰাজদিপ চুতীয়া
প্ৰজাৰ প্ৰৱেশ [ ৮ বচৰীয়া শিশু ]
ভাওনা আৰম্ভনি গীত দোহাৰত ৰমেন চুতীয়া❤💚💘💕🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏
দেৱগনৰ এখন সুন্দৰ প্রৱেশ দোহাৰত ৰমেন চুতীয়া
ভাওনা আৰম্ভনি গীত ৰাম ৰঘুমনি নাট্য গোষ্ঠীৰ ।। দোহাৰত ৰমেন চুতীয়া ঢকুৱাখনা 🙏🙏❤❤
দুলুমনি শৰ্মা এখন সুন্দৰ কৃষ্ণ প্রৱেশ 🙏🙏🙏 🙏🙏ৰাম ৰঘুমনি নাট্য গোষ্ঠীৰ