নান্দীমুখ
#নাম -প্ৰসঙ্গ #শ্ৰীযুত বৰুণ বিভোৰ শইকীয়া বাপ জনাৰ সুমধুৰ কণ্ঠত #ভাই মুখে বোলা ৰাম হৃদয়ে ধৰা ৰূপ...
#কৃষ্ণনৃত্য #শ্ৰীমান জ্যোতিষ্মান বৰাৰ সুন্দৰ কৃষ্ণ-নৃত্যটি চাওঁ আহকচোন। কিমান যে সুন্দৰ 😍😍🥰🥰।
#নাম-প্ৰসঙ্গ#নামাচাৰ্য #শ্ৰীযুত ৰাজীৱ চুতীয়া #বৰগীত #বেহায়ো ভাৰস্তে হাট আউৰ বেলি নাটে
#খোল-প্ৰসঙ্গ# আহকচোন জগত গুৰু শ্ৰীমন্ত শঙ্কৰদেৱৰ অপূৰ্ব সৃষ্টি খোল-প্ৰসঙ্গ চাওঁ🙏🙏
7 October 2025
#গুৰুজনাৰ অপূৰ্ব সৃষ্টি # খোল-বাদ্য # জুৰণি#ফলি-চাহিনী#বহা-চাহিনী#
#নাম-প্ৰসঙ্গ #পৰিচালনাঃ- বিশিষ্ট নামাচাৰ্য শ্ৰীযুত অৰুণ চন্দ্ৰ বৰা বাপৰ সুমধুৰ কণ্ঠত।
#নাম-প্ৰসঙ্গ #জয় হৰি গোৱিন্দ নাৰায়ণ ৰাম #নামাচাৰ্যঃ- সংগীত বিশাৰদ শ্ৰীযুত ৰাজীৱ চুতীয়া বাপ।
"🙏পিয়ো পিয়ো পিয়ো অমিয়া মাধুৰী...🙏" শ্ৰীযুত ৰাজীৱ চুতীয়া বাপৰ সুমধুৰ কণ্ঠত নাম-প্ৰসঙ্গ ।
1 October 2025
🥰🥰চাওক চোন কি মনোমোহা দৃশ্য🥰🥰শ্ৰীকৃষ্ণ আৰু উদ্ধৱৰ দ্বাৰা বেদনিধিৰ সুশ্ৰূষা।
শ্ৰীকৃষ্ণৰ প্ৰেমত মতলীয়া ৰুক্মিণী 💖🙏🙏💖
ৰুক্মিণী হৰণ নাটৰ কৃষ্ণ আৰু বলোভদ্ৰৰ সুন্দৰ প্ৰৱেশ
আহকচোন শ্ৰী সুগ্ৰীৱ গড়ৰ কন্ঠত এটি সুন্দৰ দিহা নাম শুনো।
পুৱাৰ অতিথি 🕊️🦜🐦🦆☺️☺️💚💚💚
July 2, 2024