Arifa A3 vlogs
🙏🙏🙏 আপোনালোক সকলোকে মোৰ দ্বিতীয় টো চেনেললৈ স্বাগতম জনাইছো।
ধন্যবাদ
অলপ পলম কৈ হলেও শ্বিলংৰ পৰা অন্য এটা ব্লগ দিবলৈ চেষ্টা কৰিলো।Shillong vlog.
ভন্তিৰ আঙুঠি পিন্ধোৱা দিনা আমি সকলোৱে খুব ফুৰ্তি কৰিলো লগতে ভাগিনৰ আগতিয়া জন্মদিন পাতিলো।
মাজু মামাৰ অস্ত্ৰোপচাৰ কৰা হ'ল আৰু তাৰ মাজতে ব্যস্ততাৰ দিনবোৰ।Assames village vlog.
হঠাৎ ভন্তিৰ ঘৰলৈ গলো আৰু লগতে যোৰহাটত অলপ বজাৰ কৰিলো।Amazing vlog in assames village.
চেৰাপুঞ্জিত থকা গুহা চালো লগতে চেভেন ছিষ্টাৰ ফল গলো।vlog 5 from Shillong.(Cherrapunji)
শ্বিলংৰ ডাউকিত থকা ভাৰত বাংলাদেশ সীমান্ত চালো।India Bangladesh border.Shelong vlog 4.
জীৱিত গছৰ শিপাৰ দলং খন চালো ।শ্বিলংৰ পৰা তৃতীয়টো ব্লগ।Shellong vlog 3
এচিয়াৰ সকলোতকৈ পৰিস্কাৰ গাওঁ খনত এপাক মাৰিলো।শ্বিলংৰ পৰা দ্বিতীয় টো ব্লগ।The cleanest village .
পলম কৈ হলেও শ্বিলংৰ পৰা প্ৰথম টো ব্লগ ।First vlog from Shillong.full enjoy.
ভণ্টিৰ ঘৰৰপৰা চতুৰ্থ তথা শেষৰ টো ব্লগ।
তলাতল ঘৰ চালো আজি,ভণ্টিৰ ঘৰৰ পৰা তৃতীয় টো ব্লগ।
ভণ্টিৰ ঘৰৰ পৰা দ্বিতীয় টো ব্লগ,নতুন ঠাই খনলৈ গৈ বৰ ভাল লাগিল।
ভণ্টিৰ ঘৰৰ পৰা প্ৰথম টো ব্লগ।ভাগিন আৰু ভতিজা দুটিৰ উৎপাত বহুত উপভোগ কৰিলো।
ভণ্টিৰ ঘৰলৈ গলো লগতে নবৌ এগৰাকীৰ ঘৰলৈ ও গলো আৰু তেখেত হৈছে এগৰাকী জনপ্ৰিয় ইউটিউবাৰ।
নতুন মোবাইল এটা ললো।My new mobile phone.
হোষ্টেলত থকা ভণ্টি আহিল লগৰ বান্ধবিৰ লগত,A Simple village video.
ভাগিন আহি গ'ল ,অলপ ফুৰিলো সিহঁতৰ লগত।
ঘৰৰে ভণ্টি এজনীৰ বিয়া খালো লগতে গাঁৱৰ বিয়া দেখুৱাৰ চেষ্টা কৰিলো,Sister wedding cerimony in village.
নিজৰ ভোটাধিকাৰ সাব্যস্ত কৰিলো ,ভাইটীৰ ৰিজাল্টৰ খবৰ কৰিব গলো লগত হজলৈ যাবলৈ ওলোৱা মামা হতঁক মাত লগালো
ঘৰলৈ ফুৰিবলৈ নতুন আলহী আহিলে কিমান যে ব্যস্ততা বাঢ়ে ,লগতে বহুত ফুৰ্তি লাগে।
ভন্তিৰ ঘৰত আমি।ভাগিন টি য়ে আমাক পায় কি যে ফুৰ্তি।A simple assames village vlog.
পলম কৈ হলেও আমাৰ ঘৰলৈ ঈদ খাবলৈ আলহী আহিলে লগতে বৰমাক মোৰ মা ঘৰলৈ লৈ গলো।
নলবাৰীৰ পৰা পঞ্চম তথা অন্তিম টো ব্লগ,Nalbari vlog 5.
নলবাৰীৰ পৰা চতুৰ্থ টো ব্লগ ,Nalbari vlog 4.
নলবাৰীৰ পৰা তৃতীয় টো ব্লগ সাধাৰণ ভাবে দিবলৈ চেষ্টা কৰিলো,Nalbari vlog 3.
নলবাৰীৰ পৰা দ্বিতীয় টো ব্লগ,আজি ডাঙৰ বা ৰ ঘৰলৈ আহিলো,2nd vlog from Nalbari.
ঈদ বুলি সাধাৰণ ভিডিঅ' এটা দিবলৈ চেষ্টা কৰিলো লগতে সকলোকে ঈদ মোবাৰক জনালো,Eid mubarak .
ঈদ বুলি নলবাৰীলৈ আহিলো,Nalbari vlog day 1.
ঈদ বুলি অলপ বজাৰ কৰিলো,shopping for Eid.
আফ্ৰিদৰ জন্মদিন বুলি অকণমান দেখুৱাব চেষ্টা কৰিলো,Afrid's birthday celebrate.