Biswajit n25
About Me :-
I am Biswajit Nath
Ghor Mor Baramat🤪
I Make Videos just for fun😊😊
Challenge কৰি আজি এনেকুৱা হব বুলি ভবা নাছিলো॥॥😭😭 গোটেই ৰাতি বৰ্বাদ॥॥😡😡
ৰাতি ১২ টাৰ পৰা ৰাতিপুৱালে কিমান ঘটিলো ॥॥😱😱 হঠাত বহুত দুখ লাগিল॥॥😭😭😭
Full time Zomato ত কিমান টকা ঘটিব পাৰি ॥॥ 🤑🤑এনেকুৱা কামাইত চাকৰিৰো প্ৰয়োজন নাই ॥॥💸💸💸
ৰাতি ২ বজাত অসভ্য Customer এ এনেকুৱা কৰিব বুলি ভবা নাচিলো ॥॥😤😤 আমাৰ একো Value এ নাই ॥॥😡🤬
Part Time Zomato ত কিমান ঘটিব পাৰি॥॥💸💸 প্ৰথমবাৰ সোমালো 5 Star হোটেলত😱😱
সামান্য কথাত Customer অৰ উঠিল খং ॥॥🤣🤣 গৰুপিতন খালোহৈ ॥ ভাগ্যে বাচিলো ॥॥🤣🤣
Delivery কাম বাদ দিব লাগিব ।। 😭😭 মাৰা গলো হয় আজি Luck ভাল ??
Swiggy ৰ Customer Support ক দিলো দম॥॥😡🤬 আমাৰ একো Value এ নাই😔☹️
গোটেই দিনতো Zomato মাৰিলে কিমান Earning কৰিব পাৰি ॥॥🤔🤔 Full Time Duty 😊😁..॥॥
ৰাতি ৩ঃ৩৩ বজাত ভুত দেখিলো ।।👻👻 আৰু কেতিয়াওঁ ৰাতি Duty নকৰো ॥॥😨😰
ৰাতি ২ বজাত গুৱাহাটীত অসভ্য লৰা ছোৱালীৰ উৎপাত ॥😡🤬 আমাক চোৰ সোপাধৰা সজালে ॥॥😡🤬
গোটেই ৰাতি Duty মাৰিলো ॥॥👻👻 মাজনিশা হঁল Order Cancel..😋😋কি যে হব ॥॥
ইমান গৰমত Duty পাগলা হৈ গৈছো ॥॥🥵🥵Zomato Earning বেয়া হৈছে ॥॥☹️😢
আজি তামাম Order Cancel 😋😋 Incentive গল গুৱা মাৰা 😩কি যে হবঁ ?????
কি হৈছে বা সদায় কাজিয়া Customer ৰ লগত😡🤬Free Zomato Delivery 😜😜
Customerৰ লগত কাজিয়া 😡🤬।।আমাৰ মানে একো value এ নাই😔😔
Finally RCB জিকি গলঁ Guys Welcome to My First Vlog