Ritamoni das
Artyc senl
vlog / বিহুৰ খানা/চাৰিওফালে পানীৰ কাৰণে যোৱা বহাগ বিহুৰ খানাটো এতিয়াহে(১৩-১২-২০২৫) ইংচন 🤩🙆🏼🤪
ৰঙিয়াৰ তৰণী ৰাসখন সম্পূর্ণকৈ দেখাম আজি// অকনো স্কিপ নকৰাকৈ চাওঁক// নিশ্চয় ভাল পাব!
কাছ কাটা ৰাখসন দেখুৱাম আজি মোৰ ভিডিঅৰ জৰিয়তে অকণো স্কিপ নকৰাক চাঁওক আৰু কেনেকুৱা হৈছে জনাব
ড ভূপেন হাজৰীকা দেৱৰ জন্ম শতবার্ষিকী উপলক্ষে বাইহাটা চাৰিআলিৰ ৰুৱেল লাইব্রেৰীত সকলোয়ে🙏🏼🌹
উত্তৰ বাইহাটা চাৰিআলিৰ আয়তি সকলে অতি শ্ৰদ্ধাৰ জুবিন গাৰ্গৰ শ্রদ্ধাঞ্জলী অনুস্থানত নাম প্রসংগ কৰে🙏🏼🌺
📍📍 আমাৰ বাইহাটা চাবিআলিৰ দুর্গাপুজা 🙏🏼 মনবোৰ সকলোৰে বেয়া📌📌 আনন্দ উচাহ একেবাৰে নাইকিয়া🌝🌝🤨
📌জুবিনৰ ন্যায় বিচাৰি হাতে হাতে মমবাতি লৈ বাইহাটা চাৰিআলিত বৃহত ৰেলি📌 Justic For zubeen🙏🏼🙏🏼🙏🏼
📍📍বিশ্বকৰ্ম পুজা আপোনালোকে কৰিলেনে বাৰু📍📍 মই কত কত কৰিলোঁ দেখাম ভিডিঅ টো সম্পূর্ণকৈ চাওঁক 🌺🌺🌺🙏🏼
✅আমাৰ ঘৰলৈ এজনী ইমান মৰম লগা আইটা📍 কি গাব দিলো চাওঁক📌 সদায় ভালে থাকক আপুনি🙏🏼🙏🏼🙏🏼
আমাৰ সাপ্তাহিক বজাৰখন আজি দেখুৱাম আপোনালোকক//স্কিপ নকৰাকৈ চাব
শাওঁনৰ মাহৰ শেষৰটো সোমবাৰত আয়তিসকলৰ নামেৰে সামৰণি♥️♥️♥️
কাৰেংঘৰক এপাক //কোনে কোনে কাৰেংঘৰ লৈ যোৱা নাই মোৰ ভিডিঅ' টোৰ জৰিয়তে চাওঁ আহক❤️❤️❤️
আজি কাৰ বাৰ্ডদে📌খানাত কোন কোন আহিল📌দুটাপাৰ্টী একেলগে ❤️👍🤨
Mini vlog#বাকলীৰে সৈতে কঠালৰ গুটিৰ পিটিকা♥️
শাওঁণৰ প্ৰথম সোমবাৰৰ দিনটোত ৰাজহুৱা নামঘৰতে সময় পাৰ কৰিলো//আপোনালোকে কি কৰিলে বাৰু 🤨
📍📍ছমাহৰ চাটনি কেনেকৈ বনালো চাওঁক ভিডিঅ' টো সস্পুৰ্ণকৈ আপুনিও বনাই খাব পাৰিব♥️♥️♥️
কলাকচুৰ চব্জিখন এনেদৰে বনাই চাবচোন📍📍আঙুলী চেলেকি থাকিব👍
ঘৰত এনেদৰে গছৰ ফল চিঙি আনি ভগাই খায় সচায় ভাল লাগে 👍👍👍
অম্বুবাচী আৰু মাতি//লগতে আমাৰ পৰম্পৰাবোৰ
এটা সুন্দৰ ৰেচিপি📌কলপাত আৰু পিঠাগুৰী📍চাওঁ আহক ভিডিঅ' টো শেষলৈ🙏🏼
এতিয়াৰ দিনত কাৰ কাৰ ঘৰত এনেকুৱাকৈ টিকাফতা ৰদত ধানত জুই দিয়ে বাৰু?জনাবচোন ৰাইজ------!
Mini vlog //হঠাৎ দোভাগ ৰাতি বাইদেউৰ ঘৰ ওলালোঁ# ভিডিঅ'টো সম্পূৰ্ণকৈ চাওঁক🙏🏼
আন্ধাৰে আন্ধাৰে বৰষুণৰ বতৰত শেপিয়াই শেপিয়াই Birthday r পাৰ্টি খাব গলোঁ♥️♥️♥️
ঘৰৰ ওচৰতে ইমান ধুনীয়া ঠাই আৰু এখন নতুন কলেজ কাহানীও দেখা নাছিঁলো,চাওঁ আহক 🙏🏼🙏🏼🙏🏼একেলগে,♥️♥️♥️
বাহৰ গাজ কিনি একেবাৰে বনাই বটলত ভৰাই ৰেদি👍🏼কেনেকৈ বনালো আৰু কেনেকৈ খাব পাৰি চাওঁক ভিডিঅ' টো শেষলৈ🙏🏼
গাৱৰ পৰিবেশৰ মাজত থকা এটি ধুনীয়া মন্দৰ🥁🪘চাওঁ আহকচোন সেই মন্দিৰটোনো কত💅🌺🌺🌺