Assam Daily

■An Assamese Educational Youtube Channel■

এই চেনেললৈ সকলোকে স্বাগতম জনাইছোঁ। এই চেনেলটো APSC আৰু আন সকলো অসম চৰকাৰৰ চাকৰি পৰীক্ষাৰ প্ৰাৰ্থীসকলৰ বাবে প্ৰস্তুত কৰা হৈছে।

 এই চেনেলত আপুনি জানিব পাৰিব :-

●Current Affairs (Assam/National)
●Previous year question paper with solution
●General Knowledge
    (Assam/National/International)
●Assam state government job information

 আপােনালােকৰ সহায়-সহযােগিতা আৰু পৰামৰ্শই আমাক সদায় উৎসাহিত কৰিব।

 যদি আপুনি ভাল পায় তেনেহলে চেনেল টো Subscribe কৰিবলৈ নাপাহৰিব।

চেনেলটো লৈ অহাৰ বাবে ধন্যবাদ।