Assamese Boutique

Hello
মোৰ‌ মৰমৰ বন্ধু বান্ধবী সকলো (Assamese Fashion Tailor) লৈ সকলো কে স্বাগতম জনালো‌ মই নেকিব এই You tube Channel দ্বাৰা মই আপোনালোকক চিলাইৰ পৰা কাটিং লৈকে বুজাব চেষ্টা কৰিম। যদি‌ আপোনালোকে YouTube Assamese Fashion Tailor Channel টো‌ যদি Subscribe কৰা‌ নাই তেতিয়া হ'লে Subscribe কৰি Bell icon টো টিপি দিব নতুন ভিডিও সকলোতকৈ আগত চাব পাৰিব
আপপোনালোকলৈ ধন্যবাদ থাকিল।