Assam Agriculture Tips

খেতি কৰক আৰু নিজে কৰা খেতিৰ শাক পাচলি খাওক আৰু সুস্থ্য থাকক ৷ সকলোৱে অলপ কৰি হলেও খেতি কৰক ৷ চাকৰিৰ পিছত দৌৰি সময় নষ্ট নকৰি আধুনিক পদ্ধতিত ব্যৱসায় ভিত্তিত খেতি কৰিবলৈ আৰম্ভ কৰক ৷