Pradip Ranjan Official

এই চেনেল পৰম্পৰাগত লোক গীত, বাদ্য, কবিতা, সাহিত্য-সংৰক্ষণ, পৰিবেশন আৰু মনোৰঞ্জনৰ কাৰনে উপলব্ধ ৷

"স্ফুলিং-The Spark" এটি অনুষ্ঠানৰ নাম ৷ য'ত সংগীত চৰ্চা, গীত বাণিবন্ধনৰ পৰা, কবিতা সাহিত্য আদিক সামৰি লোৱা হৈছে ৷

ইয়াৰ কাৰ্যালয়
স্ফুলিংগ-the spark
vill+po- Michamari
Dist - Dhemaji,Assam.India
Pin-787026, mobile-7002046017