Adarsha Assam - আদর্শ অসম

Contact me --
Its a channel to show you various cultural shows, events and musical video . Also you will get to watch assamese bhaona, bhaona, dihanam, Biyanam, Borgeet,Rakh , Bhagawat Bakhya etc in this channel. We hope you will like our channel. So please do subscribe. Thank you

অসম লগতে উত্তৰ পূৱৰ বিভিন্ন ঠাইৰ সাংস্কৃতিক অনুষ্ঠান আৰু অসমৰ ভাওনা , দিহানাম , ৰাস লীলা , ভাগৱত বাখ্যা ,বিয়ানাম , জিকিৰ , টোকাৰী , বিহু , হুঁচৰি , বিহুৰ সাংস্কৃতিক অনুষ্ঠান , বিহু নৃত্য , বিহু কুঁৱৰী , বৰ বিহুৱতী , ইত্যাদিকে আদি কৰি সকলো ধৰণৰ সাংস্কৃতিক অনুষ্ঠান আমাৰ এই সামাজিক মাধ্যম "আদৰ্শ অসম" ত উপলব্ধ হব । সেয়েহে আপোনালোকে যাতে এই চেনেল subscribe কৰে যেন । ধন্যবাদ

Promotional | Official Contact | Event Invitition : [email protected]
or Only Whatsapp Message - https://wa.me/message/X3EK4DJJUFH2N1