Гулам Али – тема
ওস্তাদ গোলাম আলি পাতিয়ালা ঘৰাণাৰ এগৰাকী পাকিস্তানী গজল গায়ক। তেওঁ বলিউডৰো এগৰাকী খ্যাতনামা গায়ক। তেওঁ বড়ে গোলাম আলি খানৰ শিষ্য আছিল। বড়ে গোলাম আলি খানৰ ভাতৃ বৰকত আলি খান আৰু মুবাৰক আলি খানৰপৰাও তেওঁ সংগীতৰ তালিম লৈছিল।