Math Solution

আছালামু আলাইকুম ৱা ৰহমাতুল্লাহী ৱা বৰাকাতুহ মই ৰফিকুল ইছলাম খাঁন [B.Sc. (Mathematics)]
অসমীয়া মাধ্যমৰ ছাত্ৰ-ছাত্ৰী সকলে ঘৰতে বহি বিনামুলীয়াকৈ পঢ়াৰ সুবিধা লাভ কৰিব পাৰিব, মোৰ এই চেনেলটিৰ যোগেদি।গতিকে চেনেলটি subscribe কৰি bell icon টি দবাই দিব যাতে মোৰ নতুন নতুন video টো সকলোতকৈ আগত চাব পাৰে। সকলোৱে যাতে এই চেনেলটিৰ জৰিয়তে পঢ়াৰ সুবিধা লাভ কৰিব পাৰে, তাৰ প্ৰতি লক্ষ্য ৰাখি video বোৰ যিমান পাৰে Like Share কৰিব। ।। ধন্যবাদ ।
AND
Assalamu Alaikum Wa Rahmatullahi Wa Barakatuh My Lovely Students!
Welcome to my channel [Math Solution]
I am Rofiqul Islam Khan, a Mathematics and Science Educator. I will be covering every NCERT Chapter in depth through lucid explanations and easy to understand fun style.Your valuable feedback are most welcome.

My YouTube Channel Links-https://www.youtube.com/@Math Solution