Amar Sur – Zubeen Da

এই চেনেলটো মোৰ জুবিন দা’ৰ প্ৰতি প্ৰেম আৰু সন্মানৰ এটি সুৰৰ স্মৃতি। 💖
ইয়াত মই দাদাৰ গানেৰ দা’ক সোঁৱৰণ কৰিছো মৰমৰ সুৰেৰে।
প্ৰত্যেকটো ভিডিও মোৰ হৃদয়ৰ পৰা আহে — দা’ৰ কণ্ঠ, সুৰ আৰু আত্মাক জীৱন্ত ৰাখিবলৈ।
🎶 “জুবিন দা মৰি অমৰ , তেখেত সুৰৰ সৈতে জীৱন্ত।”

#ZubeenDa #AmarSur #Tribute #ZubeenForever #AssamMusic