AP Priyanka Assam
আপোনালোক সকলোলৈকে পোনপ্ৰথমে মই মোৰ নতুন YouTube channel "AP Priyanka Assam"লৈ স্বাগতম জঁনাইছো 🙏 মই আপোনালোকৰ সহায় হোৱাকৈ অসম আৰক্ষী Post বা অসম আৰক্ষী প্ৰশিক্ষণ কেনেদৰে হয়,অসমৰ job আৰু অন্যান্য সম্পৰ্কে কিছুমান ভিদিঅ দিবলৈ চেষ্টা কৰিম যদি আপোনালোকৰ সহায় হয় তেন্তে মোৰ channel টো subscribe কৰি ৰাখিব আৰু মই যাতে আপোনালোকৰ মাজলৈ ভাল ভাল ভিদিঅ দি পাৰো আশীৰ্বাদ কৰিব আৰু মই আগবাঢ়ি যোৱাত সহায় কৰিব বুলি আশা ৰাখিলোঁ 🙏ধন্যবাদ 🙏🙏
Assam police new vaccancy আহি গল🤗সকলোৱে Apply কৰিব পাৰিব🥰SI/AB/UB সকলো🤗💪💪 Cm sir ৰ new update🤗
Assam police Traning ত যাওতে কি কি লৈ যাব 👆কিছুমান অদৰকাৰি বস্তু লৈ পইচা খৰচ নকৰিব🙏
সকলোৱে কয় মই চাকৰি নাপাও আৰু 😢 আমাৰ মাজলৈ সকলোকে স্বাগতম জনালোঁ🙏 Motivation video✌মনোৱল নেহেৰুৱাব🙏
লক্ষ্মী পূজা,প্রতিস্থা দিৱস আৰু জুবিন দা শ্রদ্ধাঞ্জলী অনুস্হান🙏কি কৰিলো🤗ৰাসৰ আয়োজন🥰মন বহুত বেয়া🥲
বহুত দিনৰ পিছত বাসুদেৱ থানত🙏সকলোকে ভগৱানে ভালে ৰাখক🙏জুবিন দা ন্যায় পোৱাত ভগৱানে সহায় কৰক🙏
বহুত দিনৰ পিছত লগৰ জনী বিয়া 💐 সদায় সুখত থাক🙏মনবোৰ একেবাৰে বেয়া😔জুবিন দায়ে সোনকালে ন্যায় পাওঁক 🙏
কিয় সকলো মিলি লৰা-ধেমালী খেলিলে😭😭 আমাৰ সম্পদ ৰক্ষণাবেক্ষণ দিয়াতো আমাৰ দায়িত্ব নাছিল নেকি😭
৩ বছৰীয়া যাএা আজিৰ শেষৰ দিন😢miss কৰিম সকলোকে South salmora Mankachar Fakirganj sftaff আকৌ লগ পাম 🙏
বৰ্তমান সমাজখন কি হবলৈ গৈ আছে🤔 নাৰী নিৰ্যাতন কিয় বাঢ়িছে🤔নাৰী-পুৰুষ সকলোৱে এজনৰ হাতত আনজন কি হৈছে🤔😡
BA pass কৰি ঘৰত এনে আছো🥱চাকৰি এটা কাৰনে চেষ্টা কৰি আছো🤔 সফল হ'ব পৰা নাই😢 মানুহে কিমান কথা শুনাইছে🙏
আজি গনেশ চতুর্থী 🙏শৰৎলৈ মাএ কেইটামান দীন🤔 শৰৎ কিয় ইমান প্রিয়❤ আহিব আমাৰ মাজুলীলৈ শৰৎৰ সুবাস লবলৈ 🙏
Assam police ত আহিম বুলি ভবা সকলো লৰা-ছোৱালী বাবে জানিব লগিয়া কথা✌সকলোৱে চাব বুজি পাব আৰু Hlp হ'ব 🙏
Assam police big update🤗 Assam police total 11342 টা পদ খালী🤔 সকলো বাবে ভাল খবৰ🤗 ❤
বৰ্তমান social media কি হৈছে🤔 সমাজখন কোনে ইমান লেতেৰা কৰিছে😡 কি হ'ব নতুন প্রজন্মৰ ভবিষ্যত🤔
Assam police ৰ Result কেতিয়া দিব🤔 নতুন পদ কেতিয়া মুকলি হ'ব 🤔সকলো ক'লে CM sir য়ে 🤗বহুত ভাল খবৰ🤗🥰❤
প্ৰথম এনেকুৱা বিয়া খালো 🤗 প্রথম lower Assam ত 💃💃 ইমান ধুনীয়া দৰা কইনা🥰 waw🤗🥰💃❤
Assam police Good news🤗New vaccancy &Result big update 🤗🥰
Porta army new vaccancy ❤🤗Apply আৰাম্ভ🙏Good news🤗🥰🙏✌
Guwahati high court ৰ New vaccancy আহি গ'ল ✌ Apply date আৰাম্ভ 🙏 Good news🤗
AP&AF new vaccancy🤗বয়স বেছি হৈছে নেকি🤔লৰা- ছোৱালী সকলো Depression ত গৈছে কিয়.? সম্পূর্ণ ভিডিওটো ✌
Cm sir ৰ বৃহৎ ঘোষণা🥰✌Assam police, ADRE, etc Result, New vacancy.. Big updat✌আহি গ'ল ভাল খবৰ💃🥰
Assam police result and new vacancy Good news✌ CM sir big update ❤🙏
ADRE ,Assam police New vsccancy, Viva, result Good news❤Cm Sir সকলো কলে❤🥰🤗🤗🤗
Police constable New vaccancy🙏 Good News 🤗পুলিচত নতুন পদ মুকলি😍 Apply date.. Exam etc.
SSC- GD (CBT) process কেনেকুৱা.. কিমান Marks আছে. ? Nigetiv Marks আছে নে নাই🤔
SSC -GD New vaccancy🙏 good news 🤗online আৰম্ভ 🥰 আহি গ'ল ভাল খবৰ 🥰
Assam police viva ত কি কি question কৰে 🤔 কি Dress পিন্ধি যাৱ...?
Assam police result 🙏viva test❤ motivation video 🙏❤
Assam police Big update 🙏Assam police result Date আহি গ'ল 🤗🤗
Cm sir big update🙏 Assam police and Assam forest new vaccancy কেতিয়া আহিব? Total post কিমান আছে?