DHRUBAJYOTI UNOFFICIAL

আপোনালোকৰ যিকোনো সাংস্কৃতিক আৰু আধ্যাত্মিক অনুষ্ঠান প্ৰচাৰৰ বাবে 9101329101 এই নম্বৰত যোগাযোগ কৰিব পাৰিব |

এই চেনেলত অসমৰ সকলো সংস্কৃতিৰ ভাওনা, বিহু দিহানাম ভাগৱত ব্যাখ্যা বা ভাগৱত পাঠ আদিৰ দৰে বিভিন্ন ধৰণৰ সাংস্কৃতিক আৰু আধ্যাত্মিক অনুষ্ঠানৰ ভিডিঅ' আপলোড কৰা হয় |সেয়ে আপোনালোকলৈ বিনম্ৰ অনুৰোধ আমাৰ এই ক্ষুদ্ৰ প্ৰয়াসৰ সাৰথি হওক আৰু Dhrubajyoti Unofficial YouTube চেনেলটো Subscribe কৰক, লগতে ভিডিঅসমূহ Like আৰু Share কৰিবলৈ নাপাহৰিব।

অসমৰ ঐতিহ্য, পৰিচয় আৰু অস্তিত্বৰ আধাৰ স্তম্ভ হৈছে ইয়াৰ সংস্কৃতি। আমি আমাৰ চেনেলটোৰ জৰিয়তে অসমৰ এই ইতিহাস সমৃদ্ধ সংস্কৃতি যুৱ প্ৰজন্মৰ মাজলৈ আগবঢ়াই লৈ যাব বিচাৰিছো। কাৰণ যুৱ প্ৰজন্মই আমাৰ পৰম্পৰা, মূল্যবোধ আৰু সাংস্কৃতিক সম্পদ আগলৈ ধৰি নিব লাগিব; তেওঁলোকেই এই সংস্কৃতি যুগে যুগে অক্ষুণ্ণ হৈ থকাত মুখ্য ভূমিকা ল’ব । এই চেনেলটোৰ মাধ্যমেৰে ভিডিঅ সমূহৰ জৰিয়তে অসমৰ এই বৰ্ণিল সংস্কৃতি আমি তেওঁলোকৰ সন্মুখত প্ৰতীয়মান কৰিব বিচাৰিছো।

#vauna #bhauna #ভাওনা #bhaona #dhrubajyoti #dhrubajyoti_Unofficial #bihu #husori #dihanaam #Bhagwat_bakhya #bhagwat_path #ভাগৱত