Prithiraj

নমস্কাৰ বন্ধু-বান্ধবীসকল সকলোকে মোৰ Prithiraj চেনেলটিলৈ স্বাগতম জনাইছো।


মোৰ এই চেনেলত আপোনালোকে Stage Program আৰু কিছুমান vlogs ভিডিঅ লাভ কৰিব। গতিকে চেনেলটো Subscribe কৰি বেল টো বজাই ৰাখিব ভিডিঅ বোৰ চাই ভাল লাগিলে Like কৰিব আৰু কেনেকুৱা পালে comment কৰি জনাব বুলি সকলোকে অনুৰোধ জনালো।

ধন্যবাদ.........



#prithirajrabha
#prithiraj
#Assamese
#Cover
#Dance
#LiveShow
#Rabhavideo
#Rabhagirlsdance
#Rabhasong
#rabha
#rabhadance