SHARPY

• নৱম শ্ৰেণীৰ পৰা দ্বাদশ শ্ৰেণীলৈকে ছাত্ৰ-ছাত্ৰীৰ বাবে আৰু
• প্ৰতিযোগিতামূলক পৰীক্ষা (NEET - JEE - CUET)ৰ বাবে SHARPY এক Online Learning Platform।

আমাৰ স্থানীয় ভাষাত উচ্চমানৰ বিষয়বস্তুৰ সহায়ত ছাত্ৰ-ছাত্ৰীসকলে সহজেই জটিল বিষয় শিকিব পাৰে।

Sharpy is the fastest growing educational platform in Assam till the date!

আমি আমাৰ
- 3D/2D Video,
- LIVE Class,
- Performance Test,
- Individual Guidance,
- MCQs আৰু
- Doubt Clearing-ৰ সহায়ত শৈক্ষিক দিশত ছাত্ৰ-ছাত্ৰীৰ সফলতাৰ ওপৰত গুৰুত্ব আৰোপ কৰিছো।

আপোনাৰ সন্তানৰ SUCCESS-ৰ দায়িত্ব এতিয়া SHARPY-ৰ কান্ধত!

এতিয়াই SHARPY appটো download কৰক আৰু নিজৰ ভৱিষ্যতৰ ভেঁটি গঢ়ক।
https://play.google.com/store/apps/details?id=com.edmingle.sharpy&pcampaignid=web_share