jonali vlogs
মই বনালো কইলাৰ মাংস🤪👍🏻
পনীৰ মেগী খাবলৈ বহুত 😋👍🏻
চুজি হালৱা পেকেটৰ চুজি আৰু ঘৰত থকা কেইটামান বস্তুৰে মই বনালো লাৰু 😋😋
মটৰ আৰু বুটৰ ঘুগুনী বনালো, এনেদৰে খাই চাবচোন 🤪👍🏻
এই গৰমত যেনে তেনে বৈ উলিয়ালো দেই কাপোৰ কেইযোৰ👍🏻❤️🌹
বুট আৰু ভেদাইলতাৰ বৰ/testy 🤪🥰
মই তাইক পঢ়িবলৈ কৰো আৰু তাই কৰিলে কি জানেনে? চাবদেই ভিডিঅ'টো শেষলৈকে ❤️❤️👍🏻
মধুৰীআম এনেদৰে খাই চাবচোন 🤪👍
বাৰিষা এতিয়াহে লগাইছে বছৰে,ভালেই হৈছে বাৰু খেতি ভাল হ'ব❤️❤️ কিমান যে ধুনীয়া লাগে সেউজীয়া পথাৰখন।
শাওন মাহৰ শেষৰ সোমবাৰ, আমাৰ গাঁৱৰ শিৱ মন্দিৰত 🙏🙏🙏 Om namah Shivay,🙏
কঠালৰ পাতত কঠাল পিঠা Wow😋 বহুত Testy🥰
আনাৰসৰ টেঙা -মিঠা চাটনি/Pineapple 🍍 satny👍🤪
আমাৰ সৰু পাচলি বাৰিখন 🌶️🥒
ভোট জলকীয়া আচাৰ অলপ বেলেগ ধৰণে 😋🌶️🌶️
সঁচাকৈ ছোৱালী বিলাকৰ দেউতাকলৈ বহুত মৰম,(3rd time) আমাৰ কুঁহিয়াৰ খেতি 😋
ভাপত দিয়া ডিমৰ ৰেচেপী খাবলৈ বহুত Testy 🤪🤪
30 April 2025
খাচী তেলৰ সৈতে কঠালৰ মুচি, এবাৰ বনাই খাই চাব ছোন মাংস খাবলৈ পাহৰি যাব😜👍🤪
অলপ বেলেগ ধৰণে মগু দাইলৰ সৈতে মাছ আৰু কচুঠুৰি ৰেচেপী, 🤪 এবাৰ বনাই খাই চাব👍😜
বিহু বুলি লগালোঁ পদমিনী সূতাৰ ৰিহা, কেনেকুৱা হৈছে জনাবচোন 👍❤️
ভেদাইলতাৰ পকৰীৰে সন্ধিয়াৰ চাহ কাপ ☕😋
আগতে নকৰা কিছুমান কাম বোৱাৰী হ'লে আৰু ঘৰত মানুহ নাথাকিলে কৰিব লাগে, মই কি কৰিলোঁ চাও আহকচোন👍😜😜
মই বৈ উলিওৱা কেইখনমান পকোৱা সূতাৰ চাদৰ 👍🏻👍⭐
আলু আৰু তিলৰ এটা সুন্দৰ ৰেচেপী 🤪🥰
ভিম কলৰ কলপচলা আৰু বুটৰ দালিৰ এটা সুন্দৰ ৰেচেপী 🤪🥰
Egg 🥚 Maggi/simple but testy/maggi recipe 🤪🤪👍
গুটি আলু আৰু চয়াবিনৰ এটা সুন্দৰ ৰেচেপী🤪 এবাৰ খালে এৰিব নোৱাৰিব 🤪🥰
খোলা চাপৰি পিঠাৰ লগত ৰাতিপুৱাৰ গাখীৰৰ চাহ কাপ 🤪🤪