Rukmini Vijayakumar – тема

ৰুক্মিনী বিজয়াকুমাৰ হৈছে এগৰাকী ভাৰতীয় নৃত্য পৰিচালক, ভাৰতনাট্যমৰ নৃত্যশিল্পী আৰু ভাৰতীয় বোলছবিৰ অভিনেত্ৰী।মঞ্চৰ যোগেদি আগবঢ়াই থকা নৃত্যানুষ্ঠানৰ লগতে তেখেতে কেইবাখনো দক্ষিণ ভাৰতীয় ছবি যেনে: 'বোম্মালাট্টুম', 'আনন্দ তাণ্ডৱাম', 'বজৰংগী', 'কোচ্চাডায়ান', 'কাটৰু ভেলিয়িডাই' ত অভিনয় কৰিছে।